--°C
Loading...
Listen to Article
2 min read
80%

২৩/১২/ ২০২৩, শনিবাৰ

মেষ: মেষ ৰাশিৰ আজিৰ শাৰীৰিক দিশত মধ্যম কাৰক হ'ব। মনৰ সুখ শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অতি শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত ব্যস্ততা বাঢ়িব। শিল্পী, সাহিত্যিকৰ নিজ কৰ্মৰ প্ৰতি আগ্রহী হ'ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ মনত সন্দেহ আহিব। কৰ্ম আৰু আর্থিক দিশত কিছু লাভবান হব।

বৃষ: বৃষ ৰাশিৰ আজিৰ শৰীৰৰ শুভ কাৰক। মনৰ অশান্তি থাকিব পাবে। প্ৰেম আৰু পাৰিবাৰিক দিশত কিছু অশান্তি থাকিব। শিক্ষাৰ্থীৰ প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত কিছু বাধা হ'ব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ অস্থিৰতা থাকিব। কৰ্ম, আর্থিক আৰু ব্যৱসায়ত লাভৱান হ'ব।

মিথুনঃ মিথুন ৰাশিৰ আজি শৰীৰ সামান্য ৰোগাক্রান্ত হ'ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত আনন্দ লাভ। বিদ্যাৰ্থীৰ উৎসাহ উদ্দীপনা বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতি কাৰক হ'ব। ৰাজনীতিকৰ লাভৰ যোগ। আর্থিকত অভাৱ হ'লেও বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ'ব।

কর্কট: কৰ্কট ৰাশিৰ আজি দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ যদিও সন্ধিয়াৰ পৰা অশান্তি হ'ব পাৰে। মানসিক দিশত শুভ। পৰিয়ালৰ অশান্তি হ'ব পাৰে। প্ৰেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত মনৰ অসন্তুষ্টি লাভ। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মনৰ দুশ্চিন্তা বাঢ়িব। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক দিশত উন্নতি কাৰক হ'ব।

সিংহ: সিংহ ৰাশিৰ আজি শৰীৰৰ অশান্তি থাকিলেও গধূলিৰ পৰা শুভ। মানসিক অশান্তি থাকিব পাৰে। প্ৰেম আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উদ্যম বাঢ়িব। সাহিত্যিক, শিল্পী, ক্রীড়াবিদৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি হ'ব। কৰ্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ কাৰক হ'ব।

কন্যা: কন্যা ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ দেখা যায়। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক হ'ব। শিক্ষার্থীয়ে আশা কৰামতে সুযোগ লাভ কৰিব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটো ব্যস্ততাৰ মাজতো আনন্দ লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব।

তুলা : তুলা ৰাশিৰ আজি শাৰীৰিক অসুস্থতাৰ যোগ। মানসিক, প্রেম প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া। বিদ্যাৰ্থীৰ অধ্যয়নত উৎসাহ বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতিৰ লগত যুক্তসকলৰ কৰ্মত শুভ কাৰক। আর্থিক দিশত অভাৱ থাকিলেও বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব।

বৃশ্চিক: বৃশ্চিক ৰাশিৰ আজি শৰীৰত স্নায়ু আৰু সামান্য পেটৰ ৰোগ হ'ব পাৰে। মানসিক অশান্তি হ'ব, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ উন্নতিকৰ সংযোগ হ'ব। ৰাজনীতি আৰু সংবাদকর্মীৰ উন্নতি কাৰক। কৰ্ম আৰু বাণিজ্যত লাভবান হ'ব। আর্থিকত সামান্য নাটনিৰ যোগ।

ধনু : ধনু ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু সময়ৰ অপচয় হ'ব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ কিছু আশাৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ চিন্তা বৃদ্ধি পাব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৱান হ'ব।

মকৰ : মকৰ ৰাশিৰ আজি শাৰীৰিক অসুস্থতাৰ যোগ। মনৰো অশান্তি হ'ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অশান্তি হ'ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ উন্নতিমূলক যোগ। ৰাজনীতিকৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব।

কুম্ভ : কুম্ভ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক যদিও মানসিক অশান্তি হ'ব। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত সফলতাৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতি কাৰক। ৰাজনীতিকৰ অশান্তি হ'ব পাৰে। কৰ্ম, বাণিজ্য আৰু আর্থিকত শুভ কাৰক।

মীন: মীন ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক অস্থিৰতা বাঢ়িব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীয়ে নতুন কৰ্মৰ সুযোগ-সুবিধা পাব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত লাভ বৃদ্ধি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement