--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শুকুৰবাৰ,১৫ ডিচেম্বৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল-

১.মেষ ৰাশি: -  মেষ ৰাশিৰ জাতক -জাতিকা সকলে  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, নতুন কৰ্মত  যোগাযোগ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰতিভা বিকাশৰ কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি:- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, শত্ৰু নাশ হব, লগতে আজি উকীল সকলে কৰ্মত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি:-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব যদিও আজি আপোনাৰ মনটোত হতাশাৰ ভাৱ সৃষ্টি কৰিব পাৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. কৰ্কট ৰাশি: - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব,  জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়। 

৫. সিংহ ৰাশি:- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত থকা বাধাবোৰ নাইকীয়া হ'ব, ভাল খবৰ লাভ কৰিব পাৰে যদিও আজি আপোনাৰ শত্ৰু বৃদ্ধি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  সামাজিক সন্মান বাঢ়িব, লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি: - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ কৰিব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি।

৮.বৃশ্চিক ৰাশি: - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে সৰু সুৰা কথাই আপোনাৰ মনটো সামান্য চিন্তিত কৰিব পাৰে, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি: - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, ঘৰত উন্নয়নমূলক কৰ্ম হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি:  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

১১.কুম্ভ ৰাশি: - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে,মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি খেতিয়ক সকলে সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, আয় উপাৰ্জন বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্ম আত্মীয় পৰিয়ালৰ বা চিনাকি ব্যক্তিৰ দ্বাৰা বাধাৰ সন্মুখীন  হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক