--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজনৈতিক হিংসাত উত্তপ্ত হৈ উঠিছে কেৰালা। দুটা ৰাজনৈতিক দলৰ দুজনকৈ লোক হত্যাৰ বলি হোৱাৰ পাছত উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ আলাপ্পুঝা। এই ৰাজনৈতিক হিংসাত বিজেপি আৰু ‘ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টী অব ইণ্ডিয়া’ চমুকৈ এছডিপিআইৰ দুজন নেতাৰ মৃত্যু হয়। এই হিংসাৰ পাছতে উত্তপ্ত হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে জিলাখনত ১৪৪ধাৰা বলৱৎ কৰিবলৈ বাধ্য হৈ পৰিছে। জিলাখনত সাধাৰণ লোকৰ সমাৱেশ নিষিদ্ধ কৰিছে আৰক্ষীয়ে।

মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এই ঘটনাক তীব্ৰ গৰিহনা দিছে আৰু দোষীক শাস্তি বিহাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে, কালি সন্ধিয়াৰ ভাগত এছডিপিআইৰ ৰাজ্যিক সাধাৰণ সম্পাদক কে এছ শ্বানক দুৰ্বৃত্তৰ দল এটাই হত্যা কৰে। মটৰ চাইকেলেৰে তেওঁ ঘৰলৈ উভতি অহাৰ সময়ত গাড়ীত অহা এটা দুৰ্বৃত্তৰ দলে তেওঁৰ পিছ লয় আৰু তেওঁৰ মটৰ চাইকেলত খুন্দা মাৰে। তাৰ পাছত ছুৰীকাঘাতেৰে তেওঁক হত্যা কৰে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে সদৰি কৰা মতে দুৰ্বৃত্তৰ দলটোৱে।


আৰক্ষীয়ে সদৰি কৰা মতে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে সদৰি কৰা মতে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে সদৰি কৰা মতে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে সদৰি কৰা মতে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে সদৰি কৰা মতে দুৰ্বৃত্তৰ দলটোৱে। আৰক্ষীয়ে সদৰি কৰা মতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বানৰ নিশালৈ কোচিৰ এখন হাস্পতালত মৃত্যু হয়।

তাৰ ১২ঘণ্টাৰো কম সময়ৰ ব্যৱধানত ৰাজ্যখনৰ বিজেপিৰ অ’বিচি গোটৰ মুৰব্বী ৰেনজিথ শ্ৰীনিবাসনৰ ঘৰত প্ৰৱেশ কৰি অজ্ঞাত আততায়ীয়ে তেওঁক হত্যা কৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ পাছতে আৰক্ষীয়ে ১৪৪ধাৰা জাৰি কৰিছে জিলাখনত। ইফালে, বিজেপিয়ে এই ঘটনাৰ বাবে চিপিএম নেতৃত্বৰ ৰাজ্য চৰকাৰখনক দোষী সাব্যস্ত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিয়ে অভিযোগ কৰিছে যে, ‘ঈশ্বৰৰ আপোন দেশ এতিয়া জেহাদীৰ ৰম্যভূমিত পৰিণত হৈছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন