--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটাতকৈ অধিক সন্তান থকাসকলক চৰকাৰী চাকৰি দিবলৈ অস্বীকাৰ কৰাটো বৈষম্যমূলক নহয়৷ ৰাজ্যখনৰ এই ১৯৮৯ৰ আইনখনে লাভ কৰিলে উচ্চতম ন্যায়ালয়ৰ অনুমোদন।

বিচাৰকসকলে এই আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি এই অনুমোদন জনায়৷ ২০ ফেব্ৰুৱাৰীৰ এক নিৰ্দেশত ন্যায়াধীশ সূৰ্য কান্ত, দীপাংকৰ দত্ত আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয়, ইয়াত হস্তক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই।

বিচাৰপীঠে ২০২২ৰ ১২ অক্টোবৰৰ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বজাই ৰাখে আৰু প্ৰাক্তন সৈনিক ৰামজী লাল জাটৰ আবেদন খাৰিজ কৰে।

২০১৭ৰ জানুৱাৰীত প্ৰতিৰক্ষা সেৱাৰ পৰা অৱসৰৰ পাছত সৈনিকজনে ২০১৮ৰ মে’ত ৰাজস্থান আৰক্ষীত এজন কনিষ্টবল পদৰ বাবে আবেদন কৰিছিল। কিন্তু ৰাজস্থান আৰক্ষী অধীনস্থ সেৱা নিয়ম, ১৯৮৯ৰ অধীনত তেওঁৰ আবেদন নাকচ কৰা হৈছিল৷ 

কিয়নো ২০০২ৰ ১ জুনৰ পাছত তেওঁৰ দুটাতকৈ অধিক সন্তান আছিল। ন্যায়ালয়ে কৈছিল যে পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বীসকলৰ বাবে পৰিয়াল পৰিকল্পনাৰ প্ৰচাৰৰ বাবে একেধৰণৰ নিয়ম অনুমোদিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী