--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা পোহনীয়া উটৰ হাতত মৃত্যু ঘটিল এজন  মালিকৰ। উটটোৱে মালিকৰ মূৰটো চোবাইছিল আৰু তাৰ পিছত মাটিত আচাৰি দিছিল৷ফলত উটটোৰ গৰাকীৰ ঘটনাস্থলীতে মৃত্যু ঘটে । পিছত স্তানীয় লোকে  উটটো গছত বান্ধি দিয়া থয়। তাতেই উটটোৰ গণপ্ৰহাৰত মৃত্যু ঘটে৷  ৰাজস্থানৰ বিকানেৰৰ পঞ্চু গাঁৱত সংঘটিত হৈছে এই ঘটনা৷ 

 জানিব পৰা মতে  পঞ্চু গাঁৱত এটা উটক মালিকে বান্ধি ৰাখিছিল। আন উটে  ইফালে সিফালে খোজকাঢ়ি থকা দেখি সেই উটটোৱেও শিকলিমুক্ত হ’ব বিচাৰিছিল। 

কিন্তু  মালিকে উটটোক মুকলি কৰি দিয়াত পলম কৰিছিল৷ উটটোৰ খং উঠিছিল আৰু মালিক কাষলৈ যোৱাৰ লগে লগে মালিকক আক্ৰমণ কৰে৷ প্ৰত্যক্ষদৰ্শীৰ মতে উটটোৱে মালিকৰ মূৰটোত কামুৰি ছিল আৰু তেওঁক দূৰলৈ দলিয়াই দিছিল৷ফলত  উটটোৰ গৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক