--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত কেইবামাহো ধৰি ইন্ধনৰ মূল্যই মাধমাৰ শোধাই আহিছে সাধাৰণ ৰাইজক। সোমবাৰ অৰ্থাৎ আজিও বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি পেট্ৰ’ল প্ৰতিলিটাৰত ৩০ পইছা আৰু ডিজেল প্ৰতিলিটাৰত ৩৫ পইছাকৈ বৃদ্ধি পাইছে। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ১০৪.৪৪ টকা আৰু ডিজেলত ৯৩.১৮ টকা, মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১১০.৪১ টকা আৰু ডিজেলত ১০১.০৩ টকা।

উল্লেখ্য যে, দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে পেট্ৰলৰ দাম ১০০ টকাতকৈ অধিক হৈছে। অসমতো ১০০ৰ ঘৰ চুলে পেট্ৰ’লৰ মূল্যই।দেশৰ ২৬ খন ৰাজ্যত পেট্ৰ’ল প্ৰতি লিটাৰত ১০০ টকাত উপনীত হৈছে। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড়, দিল্লী, জম্মু আৰু কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মণিপুৰ, নাগালেণ্ড, পণ্ডিচেৰী, তেলেংগানা, পঞ্জাৱ, ছিকিম, উৰিষ্যা, কেৰালা, তামিলনাডু, পশ্চিম বংগ, ত্ৰিপুৰা, ঝাৰখণ্ড, গোৱা, অসম, গুজৰাট, হাৰিয়ানা, হিমাচল, উত্তৰাখণ্ড আৰু ৰাজস্থানত পেট্ৰ’লৰ মূল্যই ১০০ অতিক্ৰম কৰিলে।

ডিজেলৰ ক্ষেত্ৰত মধ্য প্ৰদেশ, ছত্তীশগড়, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, তেলেংগানা, বিহাৰ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ বহু ঠাইত প্ৰতি লিটাৰত ১০০ৰ ঘৰ অতিক্ৰম কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?