--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ চিনেমাই ধাৰাবাহিকভাৱে সকলোৰে মন মোহিবলৈ সক্ষম হৈ পৰিছে। চাউথৰ কাহিনী আৰু তাৰকাবোৰ সকলোতে জিলিকি আছে। দক্ষিণৰ মূল ছবিয়েই হওক বা বলীউডত ইয়াৰ পুনৰ্নিৰ্মাণেই হওক, সকলোৰে ওপৰত তীব্ৰ আধিপত্য। এতিয়া দক্ষিণৰ নায়িকাসকলেও জনপ্ৰিয়তাৰ ক্ষেত্ৰত বলীউডক ছাঁ পেলোৱা দেখা গৈছে। এইবাৰ অমৰেস্কে প্ৰকাশ কৰিছে সৰ্বাধিক জনপ্ৰিয় মহিলা তাৰকাৰ তালিকা। এই তালিকাত চাউথৰ নায়িকা আছে শীৰ্ষত আৰু শীৰ্ষ ১০ টা স্থানৰ ভিতৰত কেৱল চাউথৰ অভিনেত্ৰীয়েহে জয়লাভ কৰিছে। এই তালিকাত শীৰ্ষস্থান দখল কৰিছে সামান্থা ৰুথ প্ৰভুৱে।শেহতীয়াকৈ মুক্তি পোৱা সামান্থা ৰুথ প্ৰভুৰ ছবি যশোদা ছবিখনে সমাদৰ লাভ কৰিছে। ইয়াৰ আগতে পুষ্পাত সামান্থাৰ গীতটোৱেও দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 

Top 10 Most Popular Actress: टॉप 10 मोस्ट पॉपुलर एक्ट्रेस की लिस्ट में समांथा आईं टॉप पर, दस में से सात हीरोइनें साउथ की

এই তালিকাত  দ্বিতীয় নম্বৰত আছে আলিয়া ভাট। শেহতীয়াকৈ আলিয়া ভাট এগৰাকী মাতৃ হোৱাৰ লগতে তেওঁৰ কোনো নতুন প্ৰজেক্ট যেন অতি সোনকালে মুক্তি নাপাব বুলি জানিব পৰা গৈছে। জনপ্ৰিয়ভাৱে লেডী ছুপাৰষ্টাৰ অৱ চাউথ নামেৰে পৰিচিত নয়ন্তৰাই তৃতীয় নম্বৰত স্থান লাভ কৰিছে। চাৰি নম্বৰত কাজল আগৰৱালা আৰু পাঁচ নম্বৰত দীপিকা পাডুকন। 

ছয় নম্বৰত আছে ৰশ্মিকা মন্দনা। কিছুদিন পূৰ্বে গুডবাইৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৰশ্মিকা মন্দনাই। কিন্তু ছবিখনে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম নহ'ল। আনহাতে কেটৰিনা কাইফে সাত নম্বৰত আছে। অষ্টম নম্বৰ হৈছে অনুষ্কা শ্বেট্টী, নৱম স্থানত কীৰ্তি সুৰেশ আৰু দশম স্থানত আছে তৃষা কৃষ্ণন। এইদৰে দক্ষিণৰ নায়িকাসকলে এই তালিকাত আধিপত্য বিস্তাৰ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক