--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া ওচৰ চাপি আহিছে। বলীউডত এই বিবাহক লৈ হেঁপাহৰ অন্ত নাইকিয়া হৈছে। দুয়োৰে বিবাহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ১৭ এপ্ৰিলত দুয়ো হোমৰ গুৰিত বহাৰ প্ৰবল সম্ভাৱনা। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বৈবাহিক জীৱনৰ ভৱিষ্যতবাণী এগৰাকী জ্যোতিষীয়ে। জ্যোতিষী তথা এষ্ট্ৰো-সংখ্যাতত্ত্ববিদ সঞ্জয় বি জুমানীয়ে ভৱিষ্যতবাণী কৰিছে যে ৰণবীৰ কাপুৰৰ সৈতে বিবাহৰ পিছত আলিয়াৰ নাম আলিয়া কাপুৰলৈ সলনি কৰিলে তেওঁৰ ভাগ্য চমকপ্ৰদ হ'ব। 

সঞ্জয় বি জুমানীয়ে কয়, "এটা পৰিয়ালৰ বাবে ৩-৬-৯ সংখ্যা ইজনে সিজনৰ বাবে ভাগ্যৱান। এষ্ট্ৰো-সংখ্যাতত্ত্ববিদ সঞ্জয় বি জুমানীয়ে তেওঁৰ ভৱিষ্যতবাণীত কৈছিল, "আলিয়াৰ নম্বৰ ৬ আৰু ৰণবীৰো তুলা ৰাশিৰ (৬), দুয়োজনেই অৱশেষত ২০২২ (৬)ত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। 

দুয়োৰে ৰাশিফল অনুসৰি তেওঁলোকৰ দুটা সন্তানৰ যোগ আছে। এজন ল'ৰা আৰু এজনী ছোৱালী। তেওঁলোকৰ জীৱনতো উত্থান-পতন হ'ব, কিন্তু দুয়ো একেলগে সুখী হ'ব। ২০২২ বৰ্ষটো আলিয়াৰ নামতে আছে। ২০২২ বৰ্ষটো ব্যক্তিগত আৰু পেছাদাৰীভাৱে আলিয়া ভাটৰ বাবে অতি ভাল। 

তেওঁৰ ছবি 'গঙ্গুবাই কাঠিয়াৱাড়ী' আৰু 'আৰআৰআৰ' দুয়োখন হিট হৈছে। যিজনক আলিয়াই বিয়া কৰাব বিচাৰিছিল সেয়াও বাস্তৱ হ'বলৈ গৈ আছে।ৰণবীৰ এজন ভাল অভিনেতা, কিন্তু তেওঁ দীৰ্ঘদিন ধৰি সফলতা লাভ কৰা নাই। এই বছৰো যদি তেওঁৰ ছবি 'ব্ৰহ্মাস্ত্ৰ' সফল প্ৰমাণিত নহয়, তেন্তে তেওঁ এক ডাঙৰ ঝাটকা খাব পাৰে। অৱশ্যে ২০২৩ ৰণবীৰৰ বাবে ভাল হ'ব। আলিয়া ৰণবীৰৰ বাবে ভাগ্যৱান প্ৰমাণিত হ'ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ