--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ২২ জানুৱাৰীত হব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। এই সময়তে নেপালৰ পৰা পোহৰলৈ আহিছে ৫৭ বছৰীয়া পুৰণি শ্ৰীৰাম-সীতাৰ ডাক টিকট। এই ডাকটিকট ১৯৬৭ চনৰ ১৮ এপ্ৰিলত ৰাম নৱমীৰ দিনা মুকলি কৰা হৈছিল। লগতে ইয়াৰ ওপৰত বিক্ৰম সম্বত বুলি লিখা আছিল। বিক্ৰম সম্বত বিক্ৰমী বৰ্ষপঞ্জী বুলিও জনা যায়। ইয়াক হিন্দু বৰ্ষপঞ্জি আৰু এতিয়াও কেইবাখনো ৰাজ্যত ব্যৱহৃত হয়। 

বিক্ৰম সম্বতৰ এই টিকটত ২০২৪ চনৰ কথা উল্লেখ আছে। প্ৰকৃততে বিক্ৰম সম্বত ইংৰাজী কেলেণ্ডাৰতকৈ প্ৰায় ৫৭ বছৰ আগতে চলে। এইকাৰণেই ১৯৬৭ চনত বিক্ৰম সম্বত আছিল ২০২৪। সেয়েহে ১৯৬৭ চনৰ ৰাম-সীতাৰ ছবি থকা ডাক টিকটত লিখা হৈছিল ২০২৪ বুলি । সেই সময়ত কোনোৱে ভৱা নাছিল যে ২০২৪ চনত ৰাম মন্দিৰ নিৰ্মাণ হ'ব। 

আপোনালোকক কওঁ যে ৰাম মন্দিৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ আচৰিত কাকতলীয়া ঘটনা পোহৰলৈ আহিছে। নেপালৰ ডাক টিকটৰ কাকতলীয় ঘটনা দেখি সকলো আচৰিত হৈ পৰিছে। ৫৭ বছৰ পূৰ্বে যেতিয়া এই টিকট জাৰি কৰা হৈছিল তেতিয়া কোনেও ভবা নাছিল যে ২০২৪ চনত ভগৱান শ্ৰী ৰাম নিজৰ মন্দিৰলৈ ঘূৰি আহিব।

জানি থওক ৰামভক্তৰ ৫৫০ বছৰীয়া অপেক্ষাৰ অন্ত পৰিবলৈ ওলাইছে। ২২ জানুৱাৰীত ভগৱান ৰাম তেওঁৰ নিজৰ মন্দিৰত পদাৰ্পণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement