--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত অনুপস্থিত থাকিব জে পি নড্ডা৷ বিজেপিৰ সভাপতি জে পি নড্ডাই অযোধ্যাৰ ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া অভিষেক অনুষ্ঠান এৰি তাৰ পৰিৱৰ্তে ইয়াৰ ঝাণ্ডেৱালান মন্দিৰৰ পৰা এই ঐতিহাসিক অনুষ্ঠানটো উপভোগ কৰিব বুলি জানিব পৰা গৈছে।

শনিবাৰে X ৰ এটা পোষ্টত নড্ডাই মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বত থকা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসক ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া "প্ৰাণ প্ৰতিষ্ঠা" অনুষ্ঠানলৈ তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।৫০০ বছৰীয়া সংগ্ৰামৰ অন্তত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি কয় যে -২২ জানুৱাৰীৰ পাছত পৰিয়ালৰ সৈতে মন্দিৰ দৰ্শনৰ বাবে যাব।


উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙকে ধৰি কেইবাজনো বিজেপি নেতাক আমন্ত্ৰণ জনোৱা হৈছে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত থাকিব।


মন্দিৰ ট্ৰাষ্টে সকলো গুৰুত্বপূৰ্ণ দলৰ মূল নেতা আৰু বেছিভাগে দলৰ সভাপতিক আমন্ত্ৰণ জনাইছে।ইপিনে এই অনুষ্ঠানলৈ আমন্ত্ৰিত প্ৰায় সকলো বিৰোধী নেতাই এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছে, কংগ্ৰেছে ইয়াক বিজেপি-আৰএছএছৰ অনুষ্ঠান বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক