--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী সাহসী তথা প্ৰতিভাৱান নাৰী!যিগৰাকী নাৰীয়ে ইতিমধ্যে সমগ্ৰ বলীউডত কৰ্মৰ দ্বাৰা খ্যাতি লাভ কৰিছে৷নাৰীগৰাকীৰ নাম- কিৰণ ৰাও৷ কিৰণ ৰাৱে তেওঁৰ পৰৱৰ্তী পৰিচালনাৰ ছবি ‘লাপটা লেডিজ’ মুক্তিৰ বাবে অপেক্ষা কৰি আছে।১ মাৰ্চত ছবিগৃহত মুক্তি পাব ছবিখন।শেহতীয়া এক সাক্ষাৎকাৰত কিৰণে আমিৰৰ সৈতে বিবাহ বিচ্ছেদৰ পাছৰ জীৱনৰ বিষয়ে মুকলিকৈ কয়। ছবি নিৰ্মাতাগৰাকীয়ে কয় যে তেওঁৰ আৰু তেওঁৰ প্ৰাক্তন স্বামীৰ মাজত আজিও এক সম্পৰ্ক আছে আৰু জীৱনত কেতিয়াও ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দিয়া নাই।


এইখিনি কোৱাৰ পাছত ছবি নিৰ্মাতাই লগতে কয় যে দুয়োজনে ইজনে সিজনক সন্মান কৰে আৰু বুজি পায়।কিৰণে কয় যে,  "এইটোও কাৰণ মই ভাবো আমি ইজনে সিজনক বহুত সন্মান কৰোঁ। আমি ইজনে সিজনক যথেষ্ট ভালদৰে বুজি পাওঁ, ই মাথোঁ আনজনক পতিয়ন নিয়াবলৈ সঠিক যুক্তি বিচাৰি উলিওৱাৰ ক্ষেত্ৰ।" 


ইফালে ‘লাপটা লেডিজ’ ২০১০ চনত মুক্তি পোৱা ‘ধোবী ঘাট’ ছবিখনৰ পাছত কিৰণ ৰাওৰ দ্বিতীয়খন পৰিচালনাৰ চিনেমা। ১ মাৰ্চত ছবিগৃহত মুক্তি পাব তেওঁৰ দ্বিতীয়খন পৰিচালনাৰ ছবি লাপটা লেডিজ।চিনেমাখনৰ অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে নিতাংশী গোৱেল, প্ৰতিভা ৰন্ত্ৰ, স্পৰ্শ শ্ৰীবাস্তৱ আৰু ছায়া কদম আদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী