--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমনি লাগিল ৰাজনীতি! নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে ৰাজনীতিৰ পৰা বিদায় লৈ শিক্ষকৰ জীৱন বাছি ল’বলৈ ওলাইছে৷ আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব জেচিণ্ডাই।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা নিশ্চিত কৰিছে। কোৱা হৈছে যে জেচিণ্ডাক বিশ্ববিদ্যালয়খনৰ স্কুল অৱ পাব্লিক পলিচি এণ্ড গভৰ্ণমেণ্টত ডুৱেল ফেল’শ্বিপত নিযুক্তি দিয়া হৈছে।

তাত তেওঁ ‘এঞ্জেলোপ’লোছ গ্ল’বেল পাব্লিক লিডাৰ্ছ ফেলো’ কাৰ্যসূচীত কাম কৰিব। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত নেতৃত্বৰ গুণ বিকশিত কৰা৷

কেনেডি স্কুলৰ ডীন ডগলাছ এলমেনডৰ্ফে এক বিজ্ঞপ্তিযোগে কয় যে জেচিণ্ডাই বিশ্বক শক্তিশালী আৰু সহানুভুতিশীল ৰাজনৈতিক নেতৃত্ব দেখুৱাইছে। তেওঁ নিজৰ দেশৰ বাহিৰেও সমগ্ৰ বিশ্বতে সন্মান অৰ্জন কৰিছে। তেওঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টিৰ বীজ সিঁচিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ