--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে ৰাঁচীত চতুৰ্থখন টেষ্ট খেলিছিল ভাৰতে। কিন্তু চাৰিদিনীয়া খেলখনত এবাৰো খেলপথাৰলৈ নাহিল স্থানীয় বাসিন্দা মহেন্দ্ৰ সিং ধোনী। খেলৰ অন্তত ৰবীন্দ্ৰ জাদেজা ধোনিৰ ঘৰৰ সন্মুখলৈ যায়। অৱশ্যে মাহীৰ স’তে লগ হৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই।

চতুৰ্থ টেষ্টত ভাৰতে ৫ উইকেটত জয়লাভ কৰে। সেই মেচখনৰ পাছত ধৰ্মশালালৈ যোৱাৰ আগতে জাদেজাই এবাৰ ধোনিৰ ঘৰলৈ যাবলৈ নাপাহৰিলে। ধোনীৰ ঘৰৰ ডাঙৰ ৰঙা দুৱাৰখনৰ সন্মুখত থিয় হৈ বিভিন্ন ভংগীমাত ফটো তুলিলে। তেওঁ লগতে লিখিছে, "কিংবদন্তিগৰাকীৰ ঘৰৰ সন্মুখত সমৰ্থক হিচাপে পোজ দিয়াটো যথেষ্ট মজা লাগে।"

টীম ইণ্ডিয়াৰ উপৰিও আই পি এলতো বহু বছৰ ধৰি একেলগে খেলি আহিছে। ২০১২ চনত চেন্নাইত যোগদান কৰাৰ পিছত জাদেজাই ধোনীৰ সৈতে তিনিবাৰকৈ আই পি এলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ