--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰ ২৮ আগষ্ট,২০২৩মেষ ৰাশি -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোতনতুন সম্পদ লাভ হ'ব৷  কৰ্মত সাফল্য।  মনটো সামান্য অস্থিৰ হ'ব পাৰে। প্ৰেমত শুভ।

বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব৷ সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব৷ কৰ্মত আৰু ব্যৱসায়ত উন্নতি হ'ব৷ সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।বন্ধুৰ পৰা সহায় লাভ৷ 

কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ'ব৷ সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জটিলতা বাঢ়িব পাৰে৷ প্ৰেমত কন্দল৷

সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দাম্পত্য জীৱনত শুভ হ'ব৷ কৰ্মত শুভ, প্ৰেমত শুভ হ'ব৷ আপোনাৰ মনত সামান্য খং আৰু অভিমানভাৱ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।নতুন যোগাযোগ৷ 

কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আবেগিক ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ 

তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আপোনাৰ মনত সামান্য স্বাৰ্থপৰতাৰ  ভাৱ বাঢ়িব পাৰে লগতে আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। বিবাহৰ সংযোগ৷ 

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সৎ বন্ধু লগ পাব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ হ'ব৷ আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । ধন আহিব৷ 

ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য বুদ্ধি হ্ৰাস হ'ব পাৰে লগতে সামান্য চকুৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

মকৰ ৰাশি - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল৷ আজি কৰ্মত আৱেগিকভাৱে কোনো সিদ্ধান্ত নলৱ। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব৷   

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আয় বাঢ়িব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব লগতে আজি আপুনি সকলো দিশতে সজাগ হব। চকু-কাণৰ যত্ন ল’ব৷ 

মীন ৰাশি - মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য কষ্ট পাব পাৰে লগতে কৰ্মত সামান্য অৱহেলাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল