--°C
Loading...
Listen to Article
2 min read
80%
০৫ জুলাই মঙলবাৰ, ২০২২

মেষ ৰাশি – জীৱন সংগীৰ স্বাস্থ্যই কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ সম্ভাৱনাই ইতিবাচক ফল দিব । আৰ্থিকভাবে, আপুনি সবল থাকিব। প্ৰেমত মধ্যম।

বৃষ ৰাশি – ধৈৰ্য্য বজাই ৰাখি নিজকে আত্মপ্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাৱনা আছে । আলহী আহিব পাৰে।

মিথুন ৰাশি – মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব পাৰিব। বিবাহৰ কথা বাৰ্তাৰ বাবে উপযুক্ত দিন। আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ পাব । প্ৰেমত মধুৰতা।

কৰ্কটৰাশি- প্ৰেমৰ ক্ষেত্ৰত বেদনা। টোপনি ক্ষতি। ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে । ভ্ৰমণত শুভ।

সিংহ ৰাশি – আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু যিমান পাৰে আপুনি ভয় নাখাবলৈ চেষ্টা কৰিব । কৰ্মাক্ষেত্ৰত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । শুভ সংবাদ লাভ।

কন্যা ৰাশি- কৰ্মক্ষেত্ৰত সুনাম হ'ব, আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষত থাকিব । আজি জীবন সংগীৰ সৈতে ভ্ৰমণৰ যোগ । প্ৰেমৰ মাজেৰে দিনটো পাৰ হ'ব। খৰচ বাঢ়িব।

তুলা ৰাশি – অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিক টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে । প্ৰশংসা শুনিব।

বৃশ্চিক ৰাশি – নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় আমন্ত্ৰণ পাব আৰু উপহাৰো লাভ কৰাৰ যোগ আছে। প্ৰেমত জটিলতা।

ধনু ৰাশি – আৰ্থিক সংকটে দেখা দিব পাৰে,কিন্তু ঘৰৰ কোনো লোকে টকা পইচাৰে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব। প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক হব পাৰে, ক্ৰোধ সম্বৰণ কৰিব। বন্ধুৰ সহায় লাভ।

মকৰ ৰাশি- বন্ধুৰ সহায় পাব লগতে পুৰণি বন্ধু লগ পাই মনতো আনন্দ পাব । ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰ্যালয়ৰ প্ৰত্যেকৰে সৈতে ভাল ব্যৱহাৰ কৰক । প্ৰেমত শুভ।

কুম্ভৰাশি – যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰো সম্ভাৱনা। ভাল খাদ্য খাবলৈ পাব।

মীন ৰাশি – আপুনি আজি এটা ভাল খবৰ পাব পাৰে । জীৱন সন্দৰ্ভতো সতৰ্কতা অবলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হ'ব । বিবাহৰ যোগ দেখা যায়। নতুন কৰ্মৰ সন্ধান।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক