--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহাৰ মাহত যি পূৰ্ণিমা আহে তাক গুৰু পূৰ্ণিমা বোলা হয়। গুৰু পূৰ্ণিমাৰ দিনা গুৰু পূজাৰ বিশেষ গুৰুত্ব থাকে বুলি বিশ্বাস কৰা হয়। এইবাৰ গুৰু পূৰ্ণিমা ১৩ জুলাই বুধবাৰে পৰিব। সেই দিনটোত গ্ৰহৰ এক বিশেষ সংমিশ্ৰণো গঢ় লৈ উঠিছে। জ্যোতিষীসকলৰ মতে, এইবাৰ গুৰু পূৰ্ণিমাৰ দিনা তিনিটা প্ৰধান গ্ৰহ এটা ৰাশিত বহি ত্ৰিগ্ৰহী যোগ গঠন কৰিব। সেই দিনটোত মিথুন ৰাশিত সূৰ্য্য, শুক্ৰ আৰু বুধ গ্ৰহ একেলগে থাকিব। এই আচৰিত সংমিশ্ৰণৰ পৰা কোনকেইটা ৰাশি উপকৃত হ’ব জানো আহক।

১)বৃষ ৰাশিঃ বৃষ ৰাশিৰ দ্বিতীয় স্থানত ত্ৰিগ্ৰহী যোগ গঢ় লৈ উঠিছে। যাক ধন আৰু বাক্যৰ স্থান বোলা হয়। সেয়ে এই সময়ছোৱাত হঠাৎ আৰ্থিক লাভ হব পাৰে। লগতে কাৰোবাক দিয়া ধাৰৰ ধন ঘূৰাই পাব। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। সমাজত প্ৰতিপত্তিও বাঢ়িব। যদি আপুনি অবিবাহিত তেন্তে বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

২)মিথুন ৰাশিঃ মিথুন ৰাশিৰ লোকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। খৰচ কম হ’ব আৰু বেংকৰ বেলেঞ্চ বৃদ্ধি হ’ব। ভাগ্যই দিব সম্পূৰ্ণ সমৰ্থন। পাৰিবাৰিক সমস্যাৰ পৰাও মুক্ত হ’ব। এই সময়ছোৱাত আপুনি পাব পাৰে ভাল খবৰ। বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ সহায় লাভ কৰিব। ব্যৱসায়ত অপ্ৰত্যাশিত সফলতা লাভ কৰিব। যিবোৰ অপ্ৰয়োজনীয় খৰচ হৈ আছিল সেইবোৰ বন্ধ হ’ব। জীৱনসংগীৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব। লগতে পাৰ্টনাৰশ্বিপৰ কামত আপুনি ভাল সফলতা লাভ কৰিব পাৰে।

৩)ধনু ৰাশিঃ এই সময়ত আপুনি নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। লগতে যদি আপুনি কোনো কাম কাম কৰি আছে তেন্তে আপুনি প্ৰমোচন বা ইনক্ৰিমেণ্ট পাব পাৰে। কৰ্মস্থলীত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। ব্যৱসায়ত ভাল লাভ হ’ব পাৰে। লগতে যদি আপোনাৰ ব্যৱসায় বিদেশৰ লগত জড়িত, তেন্তে আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব। দীঘলীয়া বাকী থকা কাম সম্পূৰ্ণ হ’ব। চৰকাৰী চাকৰি বিচৰা মানুহৰ বাবেও সময় ভাল। যিকোনো শুভ কাম আৰম্ভ কৰাৰ বাবে এইটোৱেই উত্তম সময়। এই সময়ছোৱাত আপোনাৰ এখন বাহন ক্ৰয় কৰাও হ’ব পাৰে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক