--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বগা দাঁতে মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। যদি আপোনাৰ দাঁত হালধীয়া হয় তেন্তে কেতিয়াবা আপুনি হাঁহিবলৈও দ্বিধাবোধ কৰে। আপুনি প্ৰতিদিনে ব্ৰাছ কৰে কিন্তু তথাপিও দাঁতবোৰ হালধীয়া হৈ থাকে। পিছে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। কিছুমান ঘৰুৱা উপায় আছে যাৰ দ্বাৰা হালধীয়া দাঁত বগা কৰিব পাৰি। এই ঘৰুৱা উপায়বোৰ অতি সহজ। এইবোৰৰ সহায়ত যিকোনো ব্যক্তিয়ে হালধীয়া দাঁত পৰিষ্কাৰ কৰিব পাৰে। হালধীয়া দাঁতৰ বাবে লাজ অনুভৱ কৰাৰ প্ৰয়োজন নাই। আহকচোন জানো হালধীয়া দাঁত পৰিষ্কাৰ কৰাৰ ঘৰুৱা উপায় কি কি।

• দাঁত হালধীয়া হোৱাৰ কাৰণ
হালধীয়া দাঁত হোৱাৰ বহু কাৰণ থাকিব পাৰে। ইয়াত ধূমপান, সঠিক খাদ্য গ্ৰহণ নকৰা, মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা নকৰা আৰু জিনীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি এইবোৰ কাৰণত আপোনাৰ দাঁত হালধীয়া হয়, তেন্তে এই ঘৰুৱা উপায়বোৰ গ্ৰহণ কৰি আপুনি আপোনাৰ দাঁতবোৰ বগা মুকুতাৰ দৰে জিলিকিব পাৰে।

• হালধীয়া দাঁত কেনেকৈ পৰিষ্কাৰ কৰিব?
নিমৰ ডাল: নিম ঠাৰিৰ দ্বাৰা হালধীয়া দাঁত পৰিষ্কাৰ কৰিব পাৰে। নিমৰ ঠাৰিৰে দাঁত মজা অতি উপকাৰী। কিছুদিন অবিৰতভাৱে নিমৰ সৰু ঠাৰি দাঁতত ব্যৱহাৰ কৰিলে অতি সোনকালে পাৰ্থক্য দেখা পাব।

কলৰ বাকলি: কলৰ বাকলি হালধীয়া দাঁত পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে। আপুনি বেছি কাম কৰিব নালাগে, মাত্ৰ কল বাকলিৰ ভিতৰৰ অংশটো দাঁতত ঘঁহি দিব লাগে। ইয়াৰ পাছত আপুনি গৰম পানীৰে ধুই পেলাওক। এনে কৰিলে দাঁতৰ হালধীয়া হোৱা নাইকিয়া হৈ যাব।

ষ্ট্ৰবেৰী: হালধীয়া দাঁত পৰিষ্কাৰ কৰাতো ষ্ট্ৰবেৰী ফলপ্ৰসূ। যদি আপুনি হালধীয়া দাঁতত ষ্ট্ৰবেৰী ঘঁহি তেন্তে ই দাঁত পৰিষ্কাৰ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২