--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আপোনাৰ সকলোৰে ঘৰত প্ৰায়ে ৰহৰ দালি ব্যৱহাৰ কৰা হয়। এই দাইল অতি সোৱাদযুক্ত হোৱাৰ লগতে বহু উপকাৰো পোৱা যায়। ইয়াত প্ৰটিনৰ পৰিমাণ অতি বেছি, যাৰ বাবে শৰীৰে শক্তি লাভ কৰে। কিন্তু এনে লোকে ভুলতো এই দালি খাব নালাগে। এনে কৰিলে তেওঁলোকৰ শৰীৰে লাভতকৈ অধিক ক্ষতি বহন কৰিবলগীয়া হয়।

 * যিসকল লোকৰ প্ৰায়ে গেছ-এচিডিটিৰ সমস্যা থাকে, তেওঁলোকে ৰহৰ দাইল খাব নালাগে। এই দালি হজম হ’বলৈ বহু সময় লাগে, যাৰ বাবে পেটৰ বিষ আৰু বহু সময়ত বুকুত গেছ ওপৰলৈ উঠি যায়, যাৰ বাবে বুকুত জ্বলা-পোৰা আৰু বমিৰ অনুভৱ হ’ব পাৰে। সেয়েহে এনে লোকে এই ৰহৰ দালি খাব নালাগে।

 * আনহাতে যিসকল লোক বৃক্কৰ ৰোগত আক্ৰান্ত, তেওঁলোকেও ৰহৰ দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে। এই দালিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যাৰ বাবে বৃক্কৰ ৰোগ আগৰ তুলনাত অধিক বৃদ্ধি হ’ব পাৰে। এনে লোকে খালে পেটত পাথৰ হোৱাৰ দৰে ৰোগ হ’ব পাৰে, য’ত প্ৰচণ্ড বিষ হ’ব পাৰে।

 * উচ্চ ইউৰিক এচিড ৰোগত আক্ৰান্ত লোকেও ৰহৰ দাইল খাব নালাগে। এই দাইলত প্ৰ’টিনৰ পৰিমাণ বেছি হোৱাৰ বাবে শৰীৰত ইউৰিকৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। এনে হ’লে হাত-ভৰিৰ তীব্ৰ বিষ আৰু গাঁঠিবোৰ ফুলাৰ সমস্যা হ’ব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২