--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ তৃতীয় বিবাহক লৈ চলা চৰ্চাৰ মাজতে ইণ্টাৰনেটত এক আলোড়নৰ সৃষ্টি হৈছে৷শেহতীয়াকৈ ভাইৰেল হৈছে বিচ্ছেদ হোৱা ছোৱেইব-ছানিয়াৰ এক বিশেষ ভিডিঅ’৷ভিডিঅ’টোত বলীউডৰ কিং শ্বাহৰুখ খানে ছানিয়া মিৰ্জা আৰু শ্বোয়েইব মালিকক প্ৰশ্ন সোধা দেখা গৈছে। বলীউডৰ তাৰকাগৰাকীৰ প্ৰতি প্ৰশ্ন আছিল- আপোনালোকে কিয় বিয়া পাতিলে? চাও আহক দম্পতীহালৰ উত্তৰ আছিল কেনেধৰণৰ?


২০ জানুৱাৰীত শ্বোৱেইবে হঠাতে তেওঁৰ আৰু ছানা জাভেদৰ বিবাহৰ খবৰ ছচিয়েল মিডিয়াত ঘোষণা কৰিছিল। পাছত ছানিয়াৰ পৰিয়ালেও প্ৰকাশ কৰে যে ভাৰতীয় টেনিছ তাৰকা আৰু শ্বোৱেইবৰ কিছু মাহ পূৰ্বে বিচ্ছেদ হৈছিল। ২০১০ চনত ছানিয়া আৰু শ্বোৱেইবৰ বিবাহ হয়। এটা অনুষ্ঠানত শ্বাহৰুখে ছানিয়া আৰু শ্বোৱেইবক সুধিলে, "আপোনালোকে ইমান সোনকালে কিয় বিয়া পাতিলে?"


এই প্ৰশ্নৰ উত্তৰত ছানিয়াই হাঁহি হাঁহি ক’লে, “শ্বোৱেইবৰ বহু গুণ আছে। কিন্তু সি বৰ লাজকুৰীয়া। বেছি কথা নকয়।" ইয়াৰ পাছত ছানিয়াই শ্বাহৰুখক ক'লে, "আপুনি তেওঁক অলপ কথা ক'বলৈ শিকাব।" শ্বাহৰুখে শ্বোৱেইবক একেটা প্ৰশ্নই সুধিছিল। পাক ক্ৰিকেটাৰজনে উত্তৰে কয় যে আমি কোনো কথা ভবাৰ আগতেই বিয়া হৈছিলোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক