--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; জনস্বাস্থ্যৰ প্ৰতি বিপদাশংকা কঢ়িয়াব পৰা এটা ঘটনা সংঘটিত হৈছে বেংগালুৰুত৷ বেংগালুৰুত ট্ৰেফিক চিগনেলত অপেক্ষা কৰি থকা সময়ত গ্ৰাহকৰ বাবে নিৰ্ধাৰিত পেকেজৰ পৰা খাদ্য খোৱা দেখা গৈছিল। 

কেমেৰাত ধৰা পৰা ঘটনাটো ফেচবুকত ভাইৰেল হৈ পৰিছিল৷  কেপশ্যন আছিল: ‘যিসকলে জোমাটো / চুইগিৰ পৰা অৰ্ডাৰ দিয়ে, তেওঁলোকৰ বাবে।’

ভিডিঅ’টোত তেওঁক ট্ৰেফিকত আৱদ্ধ হৈ থকা অৱস্থাত তেওঁৰ পাছফালে থকা জোমাটো ডেলিভাৰী বক্সৰ ভিতৰত ফ্ৰেঞ্চফ্ৰাই যেন লাগিছে। 
ভিডিঅ’টোৰ প্ৰতি সঁহাৰি জনাই কেইবাজনো ফেচবুক ব্যৱহাৰকাৰীয়ে আঙুলিয়াই দিছিল যে তেওঁলোকেও ‘টেম্পাৰ’ কৰা খাদ্যৰ পেকেজ লাভ কৰিছে৷ আনহাতে কিছুমানে কৈছিল যে তেওঁ হয়তো নিজৰ খাদ্য বেগটোত পৃথকে ৰাখিছিল। 

বেছিভাগ তেনে হয়, আনকি আমি ইতিমধ্যে এই বিষয়ে অভিযোগ কৰিছো। কিন্তু জোমাটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই- এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে। 
বিক্ৰেতাই খাদ্যটো নিখুঁতভাৱে বন্ধ কৰিব লাগিব আৰু চাব লাগিব যে ইয়াক টেম্পাৰ কৰা হোৱা নাই- আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল। আৰু এজন ব্যৱহাৰকাৰীয়ে এইদৰে কৈছিল- এইটো ভুল বিচাৰ! মনত ৰাখিব যে এইটো এটা ‘ৰবটিক ডেলিভাৰী’ প্ৰণালী নহয় আৰু এইটো তেওঁৰ লগত কঢ়িয়াই অনা তেওঁৰ নিজৰ খাদ্য হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস