--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নাচি ভাল পায়নে? বহু মানুহৰ বাবে নৃত্য এক নিচা আৰু বহুতে এইক্ষেত্ৰখনক পেচা হিচাপে বাচি লয়। যদি আপুনি কোনো কষ্টকৰ ব্যায়াম নকৰে বা ব্যায়াম কৰিবলৈ মন নাযায় তেন্তে নৃত্য হব আপোনাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ উপভোগ্য ফিটনেছ ব্যায়াম। নৃত্যই শাৰিৰীক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ উন্নতিতো বহু গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। নৃত্য হৈছে এক দৈহিক কচৰৎ৷ নৃত্যৰ আছে বহু উপকাৰী লাভালাভ। জানো আহক কি কি। 

১) নৃত্যই তেজ চলাচল ভাল কৰে।

২)নৃত্যই মন ভাল ৰখাত সহায় কৰে।

৩)ই আপোনাৰ শক্তি আৰু ভাৰসাম্য উন্নত কৰে। 

৪)নৃত্যৰ শাৰীৰিক অংগী-ভংগীয়ে পেশী সক্ৰিয় কৰি তোলে। 

৫)দেহৰ গঠন উন্নত কৰাত সহায় কৰে ।

৬)নৃত্যই মানসিক চাপ একেবাৰে নাইকিয়া কৰাত সহায় কৰে৷ ই উদ্বেগ আৰু হতাশা আঁতৰাই ৰাখে আৰু আপোনাৰ নিজস্বতা বৃদ্ধিত সহায় কৰে । 

৭)ই আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। শক্তিশালী আৰু স্বাস্থ্যৱান হৃদযন্ত্ৰ বাবে নৃত্য অতি কাৰ্যকৰী। 

৮)হৃদযন্ত্ৰত নিয়মীয়া নৃত্যৰ অভ্যাসে আপোনাৰ হৃদস্পন্দনৰ হাৰ সন্তুলিত কৰে। 

৯)ই ওজন হ্ৰাস কৰাত সহায় কৰে। 

১০) আপোনাৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে।

যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে আৰু জিম যাবলৈ বেয়া পায় নতুবা সময়ৰ অভাৱ তেন্তে নৃত্য হৈছে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প জুম্বা, এৰোবিক্স আৰু চালছা হৈছে সকলো ধৰণৰ নৃত্যযুক্ত ব্যায়াম। এইধৰণৰ নৃত্য দ্ৰুত গতিত কৰা হয় যাৰ ফলত ঘাম নিঃসৰিত হয়, ইয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে নৃত্য হৈছে এক প্ৰকাৰৰ এৰোবিক ব্যায়াম। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ