--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ জীৱনত সোণৰ মূল্য বেলেগ। সাধাৰণ মানুহে সোণক সোণৰ গহনা বুলি ক'লে বুজে। সাণৰ গহনাক আমাৰ সমাজত অতি সাৱধানে ৰখা হয়। এই সোণটো ক’ৰ পৰা আহিল জানেনে?

বিশ্বৰ বিভিন্ন প্ৰান্তত সোণৰ খনি আছে। তাৰ পৰাই সোণ উলিওৱা হৈছে। মাটিৰ পৰা ওপৰলৈ বিভিন্ন পক্ৰিয়াৰে উলিয়াই অনা হৈছে সোণ। সাধাৰণ মানুহৰ বাবে সোণ মানে গহনা। তেওঁলোকে সোণক আন কোনো ধৰণে বিশেষ বুলি গণ্য নকৰে। অৱশ্যে সোণৰ গহনাবোৰ অতি সাৱধানে ৰাখে সকলোৱে।

সোণৰ বস্তুবোৰ বেংকৰ লকাৰ বা আলমাৰীত চাবিৰে ৰখা হয়। কিন্তু বিশ্বৰ সকলো ঠাইতে সোণৰ মূল্য বহু বেছি। কিন্তু পৃথিৱীৰ মাটিৰ তলৰ পৰা ইমান সোণ ক’ৰ পৰা আহিল? উত্তৰ বিচাৰিবলৈ আমি ৪ বিলিয়ন বছৰ পিছুৱাই যাব লাগিব।

সেই সময়ত গ্ৰহাণু আৰু উল্কাপিণ্ডবোৰে ইটোৰ পিছত সিটোকৈ পৃথিৱীত খুন্দা মাৰিছিল। পৃথিৱীখন মাত্ৰ সৃষ্টি হৈছে। সেই সময়ত প্ৰায় ২০ কোটি বছৰ ধৰি কাৰ্যতঃ নতুনকৈ গঠিত পৃথিৱীত উল্কাপিণ্ড পৰিবলৈ ধৰিলে। 

সেই উল্কাপিণ্ডৰ পৰাই সোণ আহিছিল। অৰ্থাৎ বাহিৰৰ জগতৰ পৰা পৃথিৱীলৈ সোণ আমদানি কৰা হয়। সেই দুই কোটি বছৰত অধিকাংশ সোণ পৃথিৱীলৈ আহিছিল। যি সেই সময়ত মাটিৰ তলত জমা হয়। তাৰ পিছত ৪ বিলিয়ন বছৰ মাটিৰ তলত কটায়।

এতিয়া মানুহে সেই সোণখিনি মাটিৰ তলৰ পৰা উলিয়াই ব্যৱহাৰ কৰিছে। বিজ্ঞানীসকলৰ মতে লোহাৰ দৰে গধুৰ ধাতুয়ে পৃথিৱী সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছিল, লগতে সোণেও ভূমিকা পালন কৰিছিল। যি আজি ৰাইজৰ বাবে এক অতি মূল্যৱান সম্পদ হিচাপে থিয় দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক