--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে দাঁত পৰিষ্কাৰ কৰাৰ বাবে দৈনিক টুথব্ৰাছ আৰু নিজৰ পছন্দৰ টুথপেষ্ট ব্যৱহাৰ কৰো। সকলো ডাঙৰ ডাঙৰ টুথপেষ্ট কোম্পানীয়ে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি নিজৰ সামগ্ৰী বিক্ৰী কৰি মাৰ্কেটিং কৰে। এনে পৰিস্থিতিত আমি বুজি নাপাওঁ কোনটো আমাৰ বাবে উপযুক্ত টুথপেষ্ট।

টুথপেষ্ট কিনাৰ সময়ত কি পৰীক্ষা কৰিব লাগে?

দন্ত বিশেষজ্ঞসকলৰ মতে, দাঁত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট (Toothpaste Check Tips) কিনাৰ সময়ত ব্ৰেণ্ড আৰু ইয়াৰ সোৱাদৰ পৰিৱৰ্তে ইয়াত উপস্থিত থকা মূল উপাদান ফ্ল’ৰাইড আছে নে নাই সেয়া পৰীক্ষা কৰিব লাগে। 

ব্ৰিটিছ দন্ত চিকিৎসক ডাঃ খালেদ কাছিমৰ মতে মানুহে সদায় ফ্ল’ৰাইডযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে। ফ্ল’ৰাইড হৈছে দাঁতৰ ভিতৰত আৰু বাহিৰত জমা হোৱা মলি পৰিষ্কাৰ কৰা এক মৌল। ফ্ল’ৰাইডৰ কাৰণে দাঁতবোৰ জিলিকি উঠে আৰু পৰিষ্কাৰ হৈ থাকে।

শিশুৰ দাঁত অতি সুক্ষ্ম, গতিকে ফ্ল’ৰাইড কম থকা টুথপেষ্ট দিব লাগে। আনহাতে প্ৰাপ্তবয়স্কসকলে অধিক ফ্ল’ৰাইডযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰে। ডাঃ খালেদ কাছিমে বুজাইছে যে সাধাৰণতে ১৩৫০ৰ পৰা ১৫০০ পিপিএম ফ্ল’ৰাইড থকা টুথপেষ্ট অতি ফলপ্ৰসূ। কিন্তু শিশুক ১০০০ পিপিএম ফ্ল’ৰাইড টুথপেষ্ট দিয়াটো ভাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক