--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে চকলেট খাই ভাল পায়। কিন্তু ডাৰ্ক চকলেট খাবলৈ ভাল পোৱা মানুহ কমেইহে আছে। কাৰণ ইয়াৰ সোৱাদত মৃদু তিতা থাকে। কিন্তু আপুনি জানেনে যে ডাৰ্ক চকলেট আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। আপুনি জানেনে ডাৰ্ক চকলেট সেৱনে মানসিক চাপ দূৰ কৰে। কেৱল এয়াই নহয়, ডাৰ্ক চকলেট খালে ভিতৰৰ পৰাই সুখী হৈ থাকিব পাৰি আৰু বহু বেমাৰৰ কবলত পৰাৰ পৰাও হাত সাৰিব পাৰি।

ডাৰ্ক চকলেট খোৱাৰ উপকাৰিতা-

১) ৰক্তচাপ নিয়ন্ত্ৰণঃ ডাৰ্ক চকলেটত ফ্লেভনয়ড থাকে যিয়ে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। গতিকে যদি আপোনাৰ হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ আছে তেন্তে ডাৰ্ক চকলেট সেৱন কৰক। ডাৰ্ক চকলেট সেৱন কৰিলে বি পি নিয়ন্ত্ৰণত থাকে।

২) হৃদৰোগৰ পৰা ৰক্ষাঃ  যদি আপোনাৰ কোনো হৃদৰোগ আছে তেন্তে আপুনি ডাৰ্ক চকলেট খাব পাৰে। কাৰণ ইয়াক সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা কমি যায়। সেইবাবেই দৈনিক সেৱন কৰিব পাৰি।

৩) ওজন কম হয়ঃ ডাৰ্ক চকলেট খোৱাৰ পিছত ভোক কম হয় যাৰ বাবে আপুনি বেছি খাদ্য খাব নোৱাৰে। ইয়াৰ বাবে আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকে।

৪) মনটো শান্ত হৈ থাকেঃ ডাৰ্ক চকলেটত চেৰ’টনিন আৰু এণ্ড’ৰ্ফিন থাকে।সেয়েহে ইয়াক সেৱন কৰিলে আপোনাৰ মন ভাল লাগে আৰু মন আৰু শৰীৰ দুয়োটাতে শিথিল অনুভৱ হয়। কেৱল এয়াই নহয়, কিবা এটা কথাত মানসিক চাপত থাকিলেও ডাৰ্ক চকলেট খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক