--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দবা বিশ্বকাপৰ দুয়োখন টাইব্ৰেক মেচত ভাৰতৰ ৰমেশবাবু প্ৰজ্ঞানন্দক পৰাস্ত কৰি নৰৱে’ৰ প্ৰথম স্থানৰ দবা খেলুৱৈ মেগনাছ কাৰ্লছেনে খিতাপ দখল কৰে। দুয়োগৰাকী খেলুৱৈৰ চূড়ান্ত খেলখনৰ দুয়োখন মেচ ড্ৰ’ত সমাপ্ত হোৱাৰ পাছত টাইব্ৰেক মেচৰ জৰিয়তে ফলাফল নিৰ্ণয় কৰা হয়।

দবা বিশ্বকাপ ২০২৩ৰ দ্বিতীয়খন টাইব্ৰেকাৰ মেচত ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ প্ৰজ্ঞানন্দই বিশ্বৰ ১ নম্বৰ খেলুৱৈ কাৰ্লছেনৰ পিছ পৰি ৰয়। ইয়াৰ পাছত দুয়োৰে মাজত চূড়ান্ত স্ক’ৰ কাৰ্লছনৰ ১.৫ হোৱাৰ বিপৰীতে প্ৰজ্ঞানন্দৰ ০.৫। এই মেচখনত ১৮টা মুভৰ পাছত ৰাণীক সলনি কৰা হৈছিল যদিও কাৰ্লছেনে সুবিধা লাভ কৰিছিল।

টাইব্ৰেকাৰ মেচত দুয়োজন খেলুৱৈয়ে ২৫-২৫ মিনিট সময় পায়। আৰু প্ৰতিটো মুভৰ পাছত খেলুৱৈৰ সময়ত ১০ ছেকেণ্ড যোগ কৰা হয়। যদি আমি বিশ্বকাপৰ এই ফাইনেলৰ প্ৰথম ২ খন খেলৰ কথা কওঁ, তেন্তে প্ৰথমখন খেল ২২ আগষ্টত অনুষ্ঠিত হৈছিল। ইয়াত প্ৰজ্ঞানন্দই এই মেচখন বগা আৰু কাৰ্লছেনে ক’লা ৰঙেৰে খেলিছিল, তাৰ পাছত ৩৫টা মুভৰ পাছত দুয়োজন খেলুৱৈয়ে হাত মিলাই মেচখন ড্ৰ’ত শেষ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement