--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাশি আৰু ৰঙৰ মাজত  সম্পৰ্ক  আছে। জন্মৰ ক্ষণ অনুসৰি মানুহৰ ৰাশি নিৰ্ধাৰণ হয়। প্ৰতিটো ৰাশিয়েই একো একোটা ৰঙক প্রতিনিধিত্ব কৰে। সেয়ে প্ৰতিটো ৰাশিত ৰঙৰ প্ৰভাৱ থাকেই। ৰাশি অনুসৰি মানুহৰ ওপৰত যিহেতু ৰঙৰ প্রভাৱ থাকে সেইবাবে বিভিন্ন ৰাশিৰ লোকে বিভিন্ন ঘৰত বসবাস কৰাৰ ক্ষেত্ৰত সেই ঘৰৰ ৰং ৰাশি অনুসৰি কৰিব পাৰিলে শুভ ফল লাভ কৰে।

ইয়াত বাস্তুশাস্ত্ৰৰ মতে ৰাশি অনুসৰি ৰঙৰ ব্যৱহাৰৰ কিছু কথা উল্লেখ কৰা হ'ল।

গৃহস্থৰ ৰাশি যদি মেষ হয় তেন্তে ঘৰৰ ৰং ৰঙা দিব লাগে।

গৃহস্থৰ ৰাশি যদি মিথুন হয় তেন্তে ঘৰৰ ৰং সেউজীয়া কৰিব লাগে । গৃহস্থৰ ৰাশি যদি বৃষ হয় তেন্তে ঘৰৰ ৰং বগা কৰিব লাগে ।

কৰ্কট ৰাশিৰ জাতকে ঘৰত গোলাপী অথবা মুক্তাৰ দৰে বগা ৰং ব্যৱহাৰ
কৰিব লাগে।

সিংহ ৰাশিৰ জাতকে ধূসৰ ৰং অথবা ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে । তুলা ৰাশিৰ জাতকে বগা ৰং ব্যৱহাৰ কৰিব লাগে।

কন্যা ৰাশিৰ জাতকে পাতল হালধীয়া অথবা সেউজীয়া ৰং ঘৰত ব্যৱহাৰ কৰিব লাগে।

বৃশ্চিক ৰাশিৰ লোকে ঘৰত ৰঙা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিব লাগে। কুম্ভ ৰাশিৰ জাতকে ঘৰত নীলা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিলে শুভফল পায়।

মকৰ ৰাশিৰ আতকে পাতল ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে।

ধনু ৰাশিৰ জাতকে ঘৰত উজ্জ্বল হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে। মীন ৰাশিৰ লোকে ঘৰত হালধীয়া অথবা শুধ বগা ৰং ব্যৱহাৰ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ