--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সঞ্জীৱ গয়াৰীৰ পত্নীয়ে হাতে লোটে ধৰা পেলায় এই কুকাণ্ড। অসংযত অৱস্থাত দেখা পাই বাহিৰৰ পৰা তলাবন্ধ কৰি আৰক্ষীক খবৰ দিয়ে পত্নীয়ে।

ডিজিটেল ডেস্কঃ অসম আৰক্ষীত কলংকৰ দাগ সানিলে এগৰাকী সহকাৰী আৰক্ষী বিষয়াই ৷ এইবাৰ পৰকীয়া প্ৰেমত মছগুল হৈ থাকোতে হাতেলোটে ধৰা পৰিল এগৰাকী আৰক্ষীৰ ( ASI) সহকাৰী উপ পৰিদৰ্শক ।


কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ কোৱাৰ্টাৰত ৱাৰ্ডগালৰ সতে অসংযত অৱস্থাত আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক ।


আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শকজন সঞ্জীৱ গয়াৰী বুলি জানিব পৰা গৈছে। ধুবুৰী জিলাত কৰ্মৰত সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ গয়াৰীয়ে বুধবাৰে মাজনিশা কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ৰ কোৱাৰ্টাৰত ৱাৰ্ডগাৰ্লৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি হাতে লোতে ধৰা পৰে ।


সঞ্জীৱ গয়াৰীৰ পত্নীয়ে হাতে লোটে ধৰা পেলায় এই কুকাণ্ড। অসংযত অৱস্থাত দেখা পাই বাহিৰৰ পৰা তলাবন্ধ কৰি আৰক্ষীক খবৰ দিয়ে পত্নীয়ে।


স্থানীয় ৰাইজে লপাথপা দিয়ে সঞ্জীৱক। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োগৰাকীক কোকৰাঝাৰ সদৰ থানালৈ লৈ যায় ৷


উল্লেখ্য যে পূৰ্বতে সঞ্জীৱ গয়াৰী কোকৰাঝাৰতে আছিল পিছলৈ প্ৰমোচন ট্ৰেঞ্চফাৰ পাই ধুবুৰী জিলাৰ এখন থানাত যোগদান কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ