--°C
Loading...
Listen to Article
2 min read
80%
২৪ মে’ বুধবাৰ, ২০২৩

মেষ- কৰ্মক্ষেত্ৰত মাৰাত্মক ভুল বুজাবুজিৰ সম্ভাৱনা আছে। সংগীৰ সৈতে দিনটো সুন্দৰভাৱে পাৰ হ’ব। আজি গাড়ীৰ পৰা সাৱধান হ’ব । শুভ ৰং আকাশী , শুভ সংখ্যা ২।

বৃষ- কোনো কামৰ আৰম্ভণিৰ বাবে দিনটো শুভ। নিজৰ মতামত শ্বেয়াৰ কৰিলে আজি প্ৰশংসা পাব পাৰে। কামৰ ক্ষেত্ৰত সুন্দৰ সুযোগ আহিব পাৰে। শুভ ৰং গাঢ় নীলা, শুভ সংখ্যা ৮।

মিথুন- ডাঙৰ কোনো আৰ্থিক বিনিয়োগ নকৰিব। বিবাহ-প্ৰস্তাৱৰ বাবে উত্তম সময়। টকা আৰু কৰ্মক্ষেত্ৰত অতি আত্মবিশ্বাসী মনোভাৱ থাকিব। শুভ ৰং হালধীয়া , শুভ সংখ্যা ৭।

কৰ্কট- পাৰিবাৰিক অশান্তিৰ সম্ভাৱনা আছে, আনৰ সৈতে ভাল ব্যৱহাৰ কৰক।ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। প্ৰেমৰ সম্পৰ্কই বিয়াৰ পৰ্যায় পাবগৈ পাৰে। শুভ ৰং নীলা শুভ সংখ্যা ৭।

সিংহ- নিজৰ দোষ বেলেগৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। ব্যক্তিগত সম্পৰ্কত মাধুৰ্যতা বাঢ়িব। এটা সুন্দৰ দিন পাৰ হ’ব। শুভ ৰং বাদামী, শুভ সংখ্যা ৩।

কন্যা – কৰ্মক্ষেত্ৰত বহু সময় দিবলগীয়া হ’লেও পাৰিবাৰিক সময় সুন্দৰভাৱে কটাব পাৰিব।আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল’ব । শুভ ৰং বগা , শুভ সংখ্যা ২।

তুলা- মানসিকভাৱে অশান্ত থাকিলেও কামত অৱহেলা নকৰিব। অবাবত সময় অপচয় নকৰিব। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত ভালদৰে ভাবি চাব। শুভ ৰং সোণালী ,শুভ সংখ্যা ৪।

বৃশ্চিক- সকলো দিশৰ পৰা সফলতা আহিব। আত্মবিশ্বাসৰ সৈতে কাম কৰক।অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। শত্ৰুক সহজতে পৰাজিত কৰিব পাৰিব। শুভ ৰং মেৰুণ,শুভ সংখ্যা ৫।

ধনু- সামান্য চেষ্টাতে কৰ্মসিদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব। খং কমাব। প্ৰেমৰ সম্বন্ধ শক্তিশালী হ’ব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৯।

মকৰ- সকলো দিশৰ পৰা সফলতা আহিব। স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে । শুভ ৰং আকাশী ,শুভ সংখ্যা ৬।

কুম্ভ-  কামত মন নবহিব, আগ্ৰহ হেৰুৱাই পেলাব, সেয়ে মগজু শীতল কৰি ৰাখক। প্ৰেমত সাৱধান হ’ব। শুভ ৰং ৰঙা , শুভ সংখ্যা ৮।

মীন- শিক্ষাৰ্থীৰ বাবে বহুতো সুযোগ আহিব । সঠিক সময়লৈ অপেক্ষা কৰক। সুযোগৰ সদ্ব্যৱহাৰ কৰক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে