--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমত হ’ব প্ৰবল বৃষ্টিপাত। ২২খন জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণী।

ডিজিটেল ডেস্কঃ অসমত হ’ব প্ৰবল বৃষ্টিপাত। ২২খন জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণী।


Orange Alert জাৰি কৰা জিলাকেইখন- কোকৰাঝাৰ, চিৰাং আৰু বৰপেটা জিলা


বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰা জিলাকেইখন- দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলা।


বতৰ বিজ্ঞান বিভাগে আজি Orange Alert জাৰি কৰা ৩খন জিলাত অতি প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে আৰু Yellow Alert জাৰি কৰা ১৯খন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 


বিশেষ কাম নাথাকিলে বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা