--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ।


বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানীয়ে আগজাননী সদৰী কৰা অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।


বতৰ বিজ্ঞানীয়ে দিয়া সতৰ্কতা অনুসৰি আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী ধেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।


ঠিক তেনেদৰে আগন্তুক ৪ জুলাইলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ কিছু কিছু স্থানত বিজুলী ধেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা