--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেশৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত চাৰিটা সুস্থ পোৱালি জন্ম দিয়াৰ ফলত চিৰিয়াখানাৰ গৌৰৱ এতিয়া আৰু অধিক বৃদ্ধি পাব।

ডিজিটেল ডেস্কঃ ৰাজ্যবাসীৰ বাবে সু-খবৰ। অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে চাৰিটা সিংহ পোৱালি। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই সুখবৰ সদৰী কৰিছে। তেওঁ প্ৰকাশ কৰা মতে, যোৱা ২৪ জুলাইত কেশৰী নামৰ সিংহিনীজনীয়ে জন্ম দিয়ে চাৰিটা পোৱালি।


এয়া আমাৰ বাবে অত্যন্ত আনন্দৰ বতৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমাৰ মৰমৰ এছিয়াটিক সিংহিনী কেশৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত চাৰিটা সুস্থ পোৱালি জন্ম দিয়াৰ ফলত চিৰিয়াখানাৰ গৌৰৱ এতিয়া আৰু অধিক বৃদ্ধি পাব।


এছিয়াটিক সিংহ (Panthera leo persica) হৈছে বিলুপ্তপ্রায় প্রজাতি আৰু ই ভাৰতৰ স্থানীয় প্রজাতি।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ