--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশেই হওক বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই হওক, আমাৰ বহুতেই এতিয়াও বিভিন্ন ধৰণে অৰ্থনৈতিক সংকটৰে জৰ্জৰিত হৈ আছে আৰু এই অৰ্থনৈতিক সংকটে প্ৰায়ে আমাৰ শাৰীৰিক আৰু মানসিক জীৱনত ব্যাঘাত জন্মায়। যদি আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিক জীৱনটো সুখৰ কৰিব বিচাৰে, যদি আপুনি নিজকে আৰ্থিক সংকটৰ পৰা মুক্তি বিচাৰে, তেন্তে আপুনি এই সৰু টিপছটো কৰিব পাৰে।

 আমাৰ চাৰিওফালে আঁহত গছ দেখা যায়। হিন্দু শাস্ত্ৰ অনুসৰি আঁহত গছৰ বহু গুৰুত্ব আছে, কিন্তু যদি কেতিয়াবা কোনো ঘৰৰ চৌহদত আঁহত গছ থাকে, তেন্তে সেয়া একেবাৰেই শুভ নহয়। অৱশ্যে আঁহত পাতেৰে এটা সৰু উপায় কৰি আপুনিও পাব পাৰে অৰ্থনৈতিক সংকটৰ পৰা মুক্তি। জানো আহক কেনেকৈ?

 এখন আঁহতৰ পাত লৈ তাত হালধি আৰু চন্দনৰ মিশ্ৰণ কৰি ‘হ্ৰিং লিখিব। তাৰ পাছত এই পাতটো আপোনাৰ টকা ৰখা পাৰ্ছত ৰাখিব পাৰে নাইবা যদি আপুনি কোনো শুভ কামলৈ গৈ আছে, তেন্তে সেই কামটো সফল হোৱাত আপোনাক সহায় কৰিব, কিন্তু সাৱধান হ’ব যাতে আঁহতৰ পাতটো মাটিত পৰি নাযায় বা চিঙি নাযায়, নহ’লে আপুনি ভবাৰ মতে মনোবাঞ্ছা পূৰণত বাধা হৈ পৰিব পাৰে।

 কিন্তু মনত ৰাখিব সম্পূৰ্ণ বিশ্বাসেৰে এই কামটো কৰিব। কাৰণ যদি আপোনাৰ মনত বিশ্বাস নাথাকে, তেন্ত ইচ্ছা পূৰণত বাধা আহি পৰিব। গতিকে বিশ্বাসেৰে আৰু যদি আপুনি বিচাৰে আৰ্থিক সংকটৰ পৰা মুক্তি, তেন্তে এই সৰু কৌশলটো অৱলম্বন কৰি চাব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক