--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''ব্ৰাহ্মণসকল ৰাছিয়াৰ পৰা আহিছিল। গতিকে তেওঁলোকক দেশৰ পৰা বাহিৰ কৰি দিব লাগে।’’- বিহাৰৰ আৰজেডি নেতা যদুবংশকুমাৰ যাদৱে এনে দাবী কৰে। ২৯ এপ্ৰিলত বিহাৰৰ চুপৌলত এখন ৰাজহুৱা সভাত তেওঁ এই নতুন তত্ত্ব দাঙি ধৰে। এই কথা মঙলবাৰে প্ৰকাশ কৰিছে এক সংবাদ সংস্থাই। ইয়াৰ পিছতে আৰম্ভ হৈছে তীব্ৰ বিতৰ্কৰ।

শনিবাৰে বৈঠকত যদুবংশে কয় যে, “যাদৱ সম্প্ৰদায় এই দেশৰ আদি বাসিন্দা। আজিৰ বিজ্ঞান ভিত্তিক পৃথিৱীত ডি এন এ টেষ্ট কৰা হয়। ডি এন এ টেষ্টত দেখা গ’ল যে ব্ৰাহ্মণসকলৰ কোনো এজনো এই দেশৰ আদিবাসী নহয়, তেওঁলোক ৰাছিয়া আৰু ইউৰোপৰ অন্যান্য দেশৰ পৰা আহিছিল। ব্ৰাহ্মণে আমাক বিভাজিত কৰি শাসন কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকক খেদি পঠিওৱা উচিত।”

যদুবংশৰ এই মন্তব্যৰ লগে লগে বিহাৰত আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক চৰ্চা। কেৱল বিজেপিয়েই নহয়, বিহাৰত তেওঁলোকৰ মিত্ৰ জেডিইওয়েও আৰজেডি নেতাগৰাকীক সমালোচনা কৰিছে। জেডিইউৰ মুখপাত্ৰ অভিষেক ঝাই কয়, ‘পৰশুৰাম ৰাছিয়াৰ পৰা আহিছিল নে আন কোনো দেশৰ পৰা? এই নেতাসকলৰ বিৰুদ্ধে RJD-এ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সকলোবোৰ আজে বাজে মন্তব্য কৰি মহাগঠবন্ধনৰ ভাবমূৰ্তি কলংকিত কৰিছে আৰজেডিৰ নেতাসকলে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে