--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাষ্ট্ৰীয় বজৰং দলৰ অভিযানত বাইহাটা চাৰিআলিত বৃহৎ পৰিমাণৰ গো মাংস উদ্ধাৰ।

ডিজিটেল ডেস্কঃ  ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰ হৈ থকা ঘটনাকলৈ ৰাজ্যজুৰি তীব্র প্ৰতিক্ৰিয়া অব্যাহত আছে।


মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গো মাংসৰ বিৰুদ্ধে একছন মুডত অসম আৰক্ষী৷


এইবাৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ হৈছে কামৰূপৰ মদন কামদেৱ দেৱালয়ৰ সমীপত।


ৰাষ্ট্ৰীয় বজৰং দলৰ অভিযানত বাইহাটা চাৰিআলিত বৃহৎ পৰিমাণৰ গো মাংস উদ্ধাৰ।


মাংস বেপাৰী মিন্টু আলীক ৰাষ্ট্ৰীয় বজৰং দলে মদন কামদেৱ দেৱালয়ৰ সমুখত ধৰি বাইহাটা আৰক্ষী থানাত গতাই দিয়ে।


জানিব পৰা অনুসৰি বহুদিনৰে পৰা মিন্টু আলীয়ে নিষিদ্ধ গো-মাংস বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত সৰবৰাহ কৰি আহিছিল।


জানি বুজি গো মাংসৰ তেজ মদন কামদেৱ দেৱালয়ৰ সমীপত পেলায় বুলি গো মাংস বেপাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।


হিন্দু ধৰ্মত আঘাত হানিবলৈ এই নিকৃষ্ট কাম কৰাৰ অভিযোগ।


ইতিমধ্যে ৰাষ্ট্ৰীয় বজৰং দলে বাইহাটা চাৰিআলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।


অৱশেষত এই সৰবৰাহকাৰীজন আৰক্ষীয়ে কৰায়ত্ত কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ