--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰষুণ মানে শাওণ মাহ ভোলেনাথৰ প্ৰিয় মাহ বুলি গণ্য কৰা হয়। এই মাহটো জ্যোতিষশাস্ত্ৰত অতি শুভ বুলি কোৱা হয়। এই সময়ছোৱাত যদি কিছু ব্যৱস্থা কৰা হয়, তেতিয়া ঘৰত সুখ-সমৃদ্ধিৰ লগতে টকাৰ অভাৱ দূৰ হয়। এই সন্দৰ্ভত বাস্তুশাস্ত্ৰত বহু প্ৰতিকাৰ দিয়া হৈছে, গতিকে সেই ব্যৱস্থাসমূহৰ বিষয়ে জানো আহক।

 ১. ঋণৰ পৰা মুক্তি-

বাস্তুশাস্ত্ৰৰ মতে যদি আপুনি ঋণত ডুব গৈ আছে, তেন্তে বৰষুণৰ পানীৰে কিছু হ’লেও দূৰ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। এটা বাল্টিনত জমা কৰা বৰষুণৰ পানীত এগিলাচ গাখীৰ মিহলাই স্নান কৰিলে সোনকালে ঋণৰ পৰা মুক্তি পোৱা যায়।

 ২. অৰ্থ লাভ-

জনশ্ৰুতি অনুসৰি শুকুৰবাৰৰ দিনা এটা তামৰ পাত্ৰত বৰষুণৰ পানী লৈ দেৱী লক্ষ্মীক জলাভিষেক কৰিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ সমান্তৰালকৈ অৰ্থ লাভ কৰে বুলিও বিশ্বাস কৰা হয়। লগতে মা লক্ষ্মীক পদুম ফুল আগবঢ়োটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

 ৩. আৰ্থিক সংকট দূৰ হয়-

দৰাচলতে প্ৰায়সংখ্যক লোকে আৰ্থিক সংকটৰ মাজেৰে কটাবলগীয়া হয়। এনে সময়ত ঘৰৰ উত্তৰ দিশত এটা মাটিৰ পাত্ৰত বৰষুণৰ পানী জমা কৰি থৈ দিব লাগে। এনে কৰিলে আৰ্থিক সংকট দূৰ হয় বুলি বিশ্বাস কৰা হয়।

 ৪. সম্পৰ্কত মধুৰতা আহিব-

বিয়াৰ পাছত বহু লোকৰ জীৱনলৈ প্ৰায়ে অশান্তি নামি আহে। এনে অৱস্থাত সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিবলৈ কাঁচৰ বটলত বৰষুণৰ পানী ভৰাই বটলটো শোৱনি কোঠাত ৰাখিব লাগে। এনে কৰিলে লাহে লাহে সম্পৰ্কটো উন্নত হ’বলৈ ধৰে বুলি কোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ