--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাতি সোনকালে শুই পুৱা সোনকালে উঠি অহাটো সদায় এটা ভাল অভ্যাস। বহুতে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে গৰম পানী খায়, বহুতে মেডিটেচন কৰে, কিছু ব্যায়াম কৰে আৰু বহুতে মৰ্নিং ৱাক প্ৰগ্ৰেম কৰে। এই অভ্যাসবোৰে আমাক সুস্থ কৰি ৰাখে। কিন্তু কিছুমান মানুহৰ কিছুমান অভ্যাস থাকে যিবোৰে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

ৰাতিপুৱা সুখী হলে গোটেই দিনটো সুখী হৈ থাকিব। গতিকে ৰাতিপুৱা এনেকুৱা কাম নকৰিব যিয়ে আপোনাৰ দিনটো বিৰক্তিকৰ কৰি তুলিব। ইয়াৰ উপৰিও শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়।

১) সাৰ পোৱাৰ পাছতো শুই থকাৰ অভ্যাস এৰি দিয়ক - সাৰ পোৱাৰ পাছতো ইফালে সিফালে শুই থকা বহুতৰে এটা অভ্যাস থাকে ৰাতিপুৱা উঠাৰ পিছত বিচনাত বা ইফালে সিফালে শুই থকাৰ অভ্যাস। ইয়াৰ ফলত শৰীৰত অধিক এলেহুৱা প্ৰৱণতা সৃষ্টি হয়।

২)কাজিয়া নকৰিব - ৰাতিপুৱাৰ পৰিবেশ সদায় সুখদায়ক হ’ব লাগে। গতিকে সাৰ পোৱাৰ পিছত কাৰো লগত তৰ্ক নকৰিব। ই আপোনাৰ গোটেই দিনটো ধ্বংস কৰি পেলাব

৩) টেঙা খাদ্য গ্ৰহণ নকৰিব- ব্ৰেকফাষ্ট কৰাৰ সময়ত টেঙা খাদ্য পৰিহাৰ কৰক। লঘু আৰু পুষ্টিকৰ খাদ্য খোৱাটো প্ৰয়োজনীয়।

৪) কফি খোৱাৰ অভ্যাস ত্যাগ কৰক- বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কফি খোৱাৰ অভ্যাস আছে। কিন্তু বিশেষজ্ঞসকলৰ মতে, ৰাতিপুৱা কফি খালে কৰ্টিছল হৰম’নৰ মাত্ৰা বৃদ্ধি পায়।

৫) ধূমপান কৰা- যদিও অভ্যাস অনুসৰি কিছু লোকে যিকোনো সময়তে ধূমপান কৰে, তথাপিও ই ক্ষতিকাৰক, কিন্তু ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চিগাৰেট সেৱন কৰাটো অতি বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

৬) মদ্যপান কৰা- সুৰাপান কৰি ৰাতিপুৱাৰ আৰম্ভণি কৰে বহু লোকে। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সুৰাপান কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ