--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জোঁৱায়েকজনৰ নাম কপিল কলিতা । দীৰ্ঘদিনৰ পৰা শাহুৱেকৰ ঘৰত আশ্ৰয় লৈ আছিল কপিলে।

ডিজিটেল ডেস্কঃ  বজালীৰ নিত্যানন্দ পাণবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 


জোৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক।


জোঁৱায়েকজনৰ নাম কপিল কলিতা ।


দীৰ্ঘদিনৰ পৰা শাহুৱেকৰ ঘৰত আশ্ৰয় লৈ আছিল পৰিয়ালটো।


সামান্য কথাতেই প্ৰায়ে মাৰধৰ কৰিছিল নিজ পত্নীক সীমা মেধিক ।


জোঁৱায়েকৰ দাৰ ঘাপত গুৰুতৰভাবে আহত হয় শাহুৱেক গায়ত্ৰী মেধি আৰু পত্নী সীমা মেধি ।


দুয়োজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় পাঠশালা অসামৰিক চিকিৎসালত।


পত্নী আৰু শাহুৱেক হত্যাৰ চেষ্টা কৰাৰ পিছত নিজৰ চাৰিবছৰীয়া কন্যা সন্তানক লৈ পলায়ন কপিল কলিতাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ