--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰামৰ বিৰুদ্ধে মুখ খুলিছে পৰ্ণ ষ্টাৰ ষ্টৰ্মী ডেনিয়েলছে৷  ট্ৰাম্পে নিজৰ জীয়েকৰ দৰে জ্ঞান কৰা বুলি ষ্টৰ্মীয়ে এইবাৰ ট্ৰাম্পৰ জীৱনলৈ ধুমুহা আনিছে৷   আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে  পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে উত্থাপন কৰিছে যৌন আতিশয্যৰ অভিযোগ৷ শেহতীয়াকৈ ষ্টৰ্মীয়ে নিউয়ৰ্কৰ আদালতত ট্ৰাম্পে তেওঁৰ সৈতে কি কৰিছিল সেয়া উল্লেখ কৰিছে৷  


 "যেতিয়া মই বাথৰুমৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিছিলো, মই তেওঁক মোৰ শোৱনি কোঠাত দেখিছিলো," ষ্টৰ্মীয়ে ন্যায়াধীশ জুয়ান মাৰ্চানৰ সন্মুখত কয়। তেওঁৰ উদ্দেশ্য স্পষ্ট আছিল। তেওঁ  বিচনাখনৰ কাষত মোৰ বাবে অপেক্ষা কৰি আছিল। তাৰ পিছত কি কি ঘটিছিল পৰ্ণষ্টাৰ ষ্টৰ্মীয়ে আদালতত বৰ্ণনা কৰিছিল৷ ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে ষ্টৰ্মীয়ে উত্থাপন কৰা অভিযোগ বাৰে বাৰে খণ্ডন কৰি আহিছে।  ষ্টৰ্মীয়ে দাবী কৰিছে যে ট্ৰাম্পে  তেওঁক 'হানিবাঞ্চ' বুলি মাতিছিল। ষ্টৰ্মীয়ে ফোনত ট্ৰাম্পৰ সৈতে পতা কথা তেওঁৰ  বন্ধুবৰ্গয়ো শুনিছিল৷ ট্ৰাম্পে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক  গঢড়ি তোলাৰ  আগতে ষ্টৰ্মীৰ যৌন সংক্ৰমিত ৰোগৰ পৰীক্ষা কৰা হৈছিল। পৰ্ণষ্টাৰগৰাকীয়ে কয় যে  তেনে  পৰীক্ষা প্ৰতি মাহে কৰা হৈছিল।

ট্ৰাম্পে আনকি ষ্টৰ্মীক কৈছিল যে তেওঁক দেখি তেওঁক তেওঁৰ নিজৰ জীয়েকৰ কথা মনত যায় ।  অৱশ্যে, ট্ৰাম্পৰ উকীলসকলে দাবী কৰে যে এই সকলো অভিযোগ 'মিছা'। কিন্তু বিচাৰকে গোচৰটোৰ  শুনানি বন্ধ কৰাৰ অনুৰোধ নাকচ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক