--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰায় ৫০ শতাংশ লোক মূৰৰ বিষৰ সমস্যাৰ সন্মুখীন হয়। মূৰ বিষালে মানুহে শাৰীৰিক আৰু মানসিকভাৱে মানুহে বৰ কষ্ট পায়। কেতিয়াবা কিছুমান মানুহৰ অকল বাওঁফালে মূৰ বিষায়। 

যদি আপোনাৰো মূৰৰ বাওঁফালে বিষ হয়, তেন্তে সাৱধান হোৱা উচিত। বাওঁফালে কিছুমান ধৰণৰ মূৰৰ বিষ হয় যিবোৰৰ ভিতৰত মাইগ্ৰেইন, ক্লাষ্টাৰ মূৰৰ বিষ অন্তৰ্ভূক্ত। মূৰৰ বিষ বাওঁফালে হলে কিছুমান ৰোগৰ লক্ষণ ধৰা পৰে।

জানি লওক কি কি

১)মগজুৰ টিউমাৰ
২)মগজুৰ আঘাত
৩)মগজুৰ সংক্ৰমণ
এনে ধৰণৰ সমস্যাত মানুহৰ সাধাৰণতে বাওঁফালে মূৰৰ বিষ হয়।

বিষ কেতিয়াবা হ'লে চিন্তাৰ কোনো কাৰণ নাথাকে কিন্তু সঘনাই হৈ থাকিলে চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজন।

বহু সময়ত পেইন কিলাৰ বা অন্যান্য দ্ৰব্য সেৱন কৰি মানুহে মূৰৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়। কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা আপুনি নিজে কিছুমান উপায় প্ৰয়োগ কৰি পৰিত্ৰাণ পাব পাৰে। যেনে-

১)মানসিক চাপৰ পৰা আঁতৰত থাকক।
২)যথেষ্ট টোপনি মাৰক।
৩)কম পোহৰত কাম নকৰিব।
৪)কম পোহৰত কিতাপ নপঢ়িব।
৫)মোবাইল, কম্পিউটাৰ বেছি দেৰি নাচাব। 
৬)মূৰৰ বিষৰ সূচনা কৰিব পৰা বস্তুৰ পৰা আঁতৰি থাকক।
৭) খুব পানী খাওক
৮) ৰাতিপুৱা খালী পেটত গৰম পানী দুই-তিনি গিলাচ খাবলৈ যত্ন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ