--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গ্ৰেপ্তাৰ কৰা লোক সকল ক্ৰমে মুথাইয়া ৰামালিংগম, পালানি মুৰুগান আৰু এম সলিশ্বৰী। তিনিওজনৰে ঘৰ চেন্নাইত।

ডিজিটেল ডেস্কঃ  বৰপেটাৰোড ৰে'লৱে ষ্টেচনত SSB আৰু বন বিভাগৰ বৃহৎ অভিযান। উজনিমুৱা বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা লুপ্তপ্রায় বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ।


আজি পুৱা ৰে'ল আৰক্ষীৰ সহযোগত বৰপেটাৰোড SSB আৰু বৰপেটাৰোড বন বিভাগে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ২০০ কিলোগ্ৰাম পৰিমাণৰ বনৰৌৰ ছাল আৰু অংগ-প্ৰতংগ জব্দ কৰে।


বনৰীয়া জীৱ জন্তুৰ ছাল আৰু অংগ প্ৰতংগ জব্দ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ।


গ্ৰেপ্তাৰ কৰা লোক সকল ক্ৰমে মুথাইয়া ৰামালিংগম, পালানি মুৰুগান আৰু এম সলিশ্বৰী ।


তিনিওজন লোকৰ ঘৰ চেন্নাইত।


৮টা বেগত ভৰাই বনৰৌৰ ছাল আৰু আন অংগসমূহ সৰবৰাহ কৰিছিল লোক কেইজনে।


জব্দ কৰা অংগ আৰু ছালখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ হ'ব বুলি অনুমান কৰা হৈছে ।


ইতিমধ্যে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত আছে ।


জব্দ কৰা সামগ্ৰীসমূহ কোনো আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ বাবে গুৱাহাটীলৈ অনা হৈছিল বুলি অনুমান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ