--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ৰায়ে গোপন সূত্ৰৰ ভিত্তিত গোলকগঞ্জৰ গৌৰাং বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন জব্দ কৰে।

ডিজিটেল ডেস্কঃ  গোলকগঞ্জত ১৬ টা গোনা ম'হ জব্দ। জব্দকৃত ট্ৰাকৰ পৰা ১৬ টা গোনা ম'হ উদ্ধাৰ কৰে আৰক্ষীয়ে। চালক আৰু হেণ্ডিমেনক আটক।


গোলকগঞ্জ আৰক্ষীৰ অভিযানত গৌৰাং বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাকসহ গোনা ম'হ জব্দ। বহি: ৰাজ্য পশ্চিমবঙ্গৰ পৰা আলুৰ বস্তাৰ আৰত ষোল্লটাকৈ গোনা মহ AS 01 KC / 9887 নম্বৰৰ ট্ৰাকেৰে গোৱালপাৰাৰ লক্ষীপুৰ অভিমুখে গৈ আছিল। গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ৰায়ে গোপন সূত্ৰৰ ভিত্তিত গোলকগঞ্জৰ গৌৰাং বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন জব্দ কৰে।


বাহনখনত ম'হ থকা বুলি নিশ্চিত হোৱাত চালক আৰু হেণ্ডিমেনক আটক কৰে। আনহাতে ট্ৰাকখন আৰক্ষী থানালৈ আনি তালাচী চলাই আলুৰ বস্তাৰ আঁৰত ষোল্লটা ম'হ উদ্ধাৰ কৰে।


ধৃত ট্ৰাকচালক পোকালাগীৰ দেলৱাৰ হুচেইন আৰু হেণ্ডিমেন ছাগলীয়াৰ ৰয়েল হুচেইন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ