--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশিষ্ট ব‍্যৱসায়ী তথা সমাজকৰ্মী অজয় গগৈয়ে ১ লাখ টকা প্ৰদান কৰে জুবিন গাৰ্গৰ আবক্ষমূৰ্তিৰ নিৰ্মাণৰ বাবে।

ডিজিটেল ডেস্কঃ ৰাজ‍্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাবুৱা ৰহমৰীয়া চামনি নতুন গাঁৱত স্থানীয় ৰাইজৰ উদ্যোগত আৰু সূৰ্য্যোদয় যুৱ সংঘৰ আতিথ্যত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ‍্যশ্ৰাদ্ধ।


সমূহ ৰহমৰীয়াবাসীৰ উদ‍্যোগত আৰু সূৰ্যোদয় যুৱক সংঘৰ আতিথ‍্যত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়।


উল্লেখযোগ্য যে, বিশিষ্ট ব‍্যৱসায়ী তথা সমাজকৰ্মী অজয় গগৈয়ে ১ লাখ টকা প্ৰদান কৰে জুবিন গাৰ্গৰ আবক্ষমূৰ্তিৰ নিৰ্মাণৰ বাবে।


প্ৰিয়শিল্পী জুবিন গাৰ্গৰ আদ‍্যশ্ৰাদ্ধ অনুষ্ঠানত চাবুৱা, লাহোৱালকে ধৰি ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোক স্বতঃস্ফূর্তভাবে আদ‍্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত হৈ প্ৰিয়শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন গাৰ্গৰ ন‍্যায়ৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে। অনুষ্ঠানৰ কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ অংশগ্ৰহণ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ