--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ নিয়মে এখন ঘৰক দেখুৱাব পাৰে উন্নতিৰ পথ। বাস্তুশাস্ত্ৰত চাৰিটা প্ৰধান দিশ লগতে অন্য মুঠ ১০টা দিশৰ কথা উল্লেখ কৰা হৈছে। এই নিয়ম অনুসৰি কোনটো কোঠা বা কোনবোৰ সামগ্ৰী কোন দিশত ৰাখিব লাগে বা বনাব লাগে জানো আহক।

 ১. উত্তৰ দিশক ধনৰ দেৱতা কুবেৰৰ দিশ বুলি গণ্য কৰা হয়। সেয়েহে এই দিশত টকা ৰখাৰ স্থান কৰিলে ঘৰ, দোকান বা কৰ্মস্থলীত টকা ৰাখিলে কেৱল উত্তৰ দিশত ৰাখিব লাগে।

 ২. পশ্চিম আৰু উত্তৰ দিশৰ মাজৰ স্থানক বায়ব্য কোণ বোলা হয়। ঘৰৰ শুৱনি কোঠা এই দিশত হ’ব লাগে। ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। পৱন দেৱ উত্তৰ-পশ্চিম দিশৰ স্বামী বুলি কোৱা হয়।

 ৩. অগ্নিদেৱক দক্ষিণ-পূব কোণৰ অধিপতি বুলি গণ্য কৰা হয়। এই কোণটো পূব আৰু দক্ষিণ দিশৰ মাজত। যদি আপুনি ঘৰতে পাকঘৰ বনাব খোজে তেন্তে এই দিশত বনোৱাটো অতি শুভ।

 ৪. বাস্তুশাস্ত্ৰত ঈশান কোণৰ গুৰুত্ব অধিক বুলি কোৱা হয়। ঘৰত এই দিশত মন্দিৰ নিৰ্মাণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। উত্তৰ-পূব দিশৰ মাজৰ কোণটোক উত্তৰ-পূব বা ঈশাণ কোণ বোলা হয়।

 ৫. বাস্তুশাস্ত্ৰত পূব দিশৰ প্ৰভু ইন্দ্ৰদেৱ। সূৰ্য্য উদয়ৰ বাবে এই দিশটো অতি গুৰুত্বপূৰ্ণ। পূব দিশটো মুকলি আৰু পৰিষ্কাৰ কৰি ৰাখিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়। পূব দিশত বাস্তুদোষৰ বাবে ঘৰৰ মানুহৰ মাজত মানসিক উত্তেজনা বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক