--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মাহাত্ম্য আছে। তুলসীক বহু পবিত্ৰ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি তুলসী গছে আপোনাৰ বহু সমস্যা ৰোধ কৰিব পাৰে। তুলসী গছেৰে কি কি সমস্যা সমাধান কৰিব পাৰি জানো আহক।  

১) আপোনাৰ প্ৰৱেশদ্বাৰৰ সোঁফালে তুলসী গছ ৰোপণ কৰিব লাগে। বাস্তুৰ মতে ই জীৱনত অতি উত্তম ফল আনি দিব পাৰে।

২) এটা পাত্ৰত পানী ভৰাই তাত দুই এটা তুলসী পাত তিয়াই থৈ পুৱা সাৰ পোৱাৰ পাছত এই তুলসী পাতৰ পানী ঘৰত ছটিয়াই দিব লাগে। এনে কৰিলে কোনো অপশক্তি আপোনাৰ ঘৰত অৱস্থান কৰিব নোৱাৰে। 

৩) কোঠাটোৰ চাৰিটা চুকত চাৰিটা তুলসী পাত থৈ দিব লাগে। যেতিয়াই তুলসী পাত শুকাই যায় তেতিয়াই গংগাজলত ওপঙাই দিব লাগে। জীৱনৰ সকলো অস্থিৰতা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব।

৪) যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়ত সমৃদ্ধি লাভ কৰিব বিচাৰে, প্ৰতি শুকুৰবাৰে তুলসীৰ গুৰিত গাখীৰ ঢালি দিয়ক।

৫) বিবাহত পলম হ'লে তুলসী গুৰিত পানী ঢালিব লাগে। 

বাস্তু বিশেষজ্ঞসকলে কয় যে এই নিয়মসমূহ পালন কৰিলে মানুহৰ সকলো সমস্যা দূৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ