--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ হস্পিতালৰ বিল পৰিশোধ কৰাৰ সামৰ্থ্য নাই। সেয়ে হস্পিতালত চিকিৎসাধীন হৈ পত্নীক হত্যা কৰিলে এজন যুৱকে! আমেৰিকাৰ মিছৌৰীৰ বাসিন্দা ৰনি উইগছৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰনিৰ পত্নীক মিছৌৰীৰ এখন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছিল। ডায়েলাইছিছ কৰি আছিল। ইফালে চিকিৎসালয়ৰ বিল বাঢ়ি আহিছিল। কিছু টকা দিলেও বেলেঞ্চ বহুত থাকে। সেই টকাখিনি ৰনিয়ে দিব পৰা নাছিল। শুকুৰবাৰে নিশা ১১:৩০ মান বজাত তেওঁ পত্নীক চিকিৎসালয়ত চাবলৈ গৈছিল। অভিযোগ অনুসৰি ৰ’নীয়ে আঠুৱা টিপি পত্নীক হত্যা কৰিছিল।

বিষয়টো চিকিৎসালয়ৰ কৰ্মচাৰীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ লগে লগে মহিলাগৰাকীৰ চিকিৎসা আৰম্ভ হ’ল। তেওঁক লাইফ চাপৰ্টত ৰখা হৈছিল। কিন্তু কোনো সঁহাৰি নাপালে। অৱশেষত লাইফ চাপৰ্ট বন্ধ হৈ গ’ল। চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। জেৰাৰ অধীনত তেওঁ পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। কিয় হত্যা কৰিলে পত্নীক, আৰক্ষীৰ প্ৰশ্নৰ উত্তৰত ৰ’নীয়ে কয় যে তেওঁ আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত। এনে পৰিস্থিতিত পত্নীয়ে চিকিৎসালয়ৰ খৰচ বহন কৰিব নোৱাৰে। গতিকে ৰ’নীয়ে পুলিচক ক’লে যে তেওঁ নিজৰ পত্নীক হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক