--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংকট ঘনীভূত হৈছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ৷ লোকসভাৰ এথিক্স কমিটীয়ে দাখিল কৰিলে প্ৰতিবেদন৷ আৰু এথিক্স কমিটীৰ প্ৰতিবেদন মহুৱাৰ ৰাজনৈতিক কেৰিয়াৰৰ অনুকূল নহয়৷

‘মহুৱাক সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ অনুমতি দিয়া উচিত নহয় আৰু তেওঁৰ সদস্যপদ বাতিল কৰিব লাগে৷’ মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ পৰীক্ষা কৰা সংসদীয় এথিক্স কমিটীয়ে এই পৰামৰ্শ আগবঢ়াইছে৷

মহুৱা মৈত্ৰৰ কাৰ্যকলাপক অত্যন্ত আপত্তিজনক, অনৈতিক, জঘন্য আৰু অপৰাধ মানসিকতাৰ বুলি অভিহিত কৰি কমিটীখনে কঠোৰ শাস্তিৰ আহ্বান জনাইছে। ৫০০ পৃষ্ঠাৰ প্ৰতিবেদনৰ কাৰ্যকৰী অংশত, সমিতিয়ে সমগ্ৰ বিষয়টোৰ ওপৰত আইনী, গভীৰ, প্ৰতিষ্ঠানগত আৰু সময়সীমাবদ্ধ তদন্ত কৰাৰ পৰামৰ্শ দিছে।

কমিটীয়ে এই সিদ্ধান্তত উপনীত হৈছে যে মহুৱা মৈত্ৰই অননুমোদিত ব্যক্তিৰ সৈতে ব্যৱহাৰকাৰীৰ আইডি ভাগ-বটোৱাৰা কৰিছিল৷ ব্যৱসায়ী দৰ্শন হিৰানন্দনীৰ পৰা নগদ ধন আৰু বিলাসী সুবিধা লৈছিল৷ আৰু এয়া মহুৱাৰ গুৰুতৰ দুৰ্ব্যৱহাৰ বুলি অভিহিত কৰিছে এথিক্স কমিটীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক