--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ পুৱা ৭.০ বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১২.২৯ বজাঅন্ত পৰিব। এইবাৰ সূৰ্যগ্ৰহণৰ মুঠ সময় ৫ ঘন্টা ২৪ মিনিট বুলি কোৱা হৈছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণে কোন কোন ৰাশিৰ ভাগ্যলৈ কঢ়িয়াই আনিব সুখ-সমৃদ্ধি আৰু সৌভাগ্য, সবিশেষ জানো আহক।

 বৃষ ৰাশি : জ্যোতিষশাস্ত্ৰ মতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণে এই ৰাশিৰ লোকসকলৰ জীৱনত অনুকূল ফলাফল কঢ়িয়াই আনিবএই সময়ছোৱাত বৃষ ৰাশি লোকসকলৰ আত্মবিশ্বাস বাঢ়িব। এই সময়ছোৱাত মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, খৰচ বাঢ়িব। বন্ধু-বান্ধৱৰ সমৰ্থনত উপকৃত হ’ব। পূৰ্বপুৰুষৰ সম্পত্তি লাভ হ’ব পাৰে, দীঘলীয়া যাত্ৰাৰো সম্ভাৱনা আছে।

 বৃশ্চিক ৰাশি : সূৰ্যগ্ৰহণে এই ৰাশিৰ লোকসকলৰ বাবে সুখ-সমৃদ্ধি কঢ়িয়াই আনিএই সময়ত বৃশ্চিক ৰাশিৰ লোকসকলৰ আত্মবিশ্বাসৰ লগতে শৈক্ষিক আৰু বৌদ্ধিক কামতো উন্নতি হ’ব। এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ লোকসকলৰ আয় বাঢ়িব। ছাত্ৰ-ছাত্ৰীৰ মাজত মনোযোগিতা বৃদ্ধি পাব। পুৰণি বন্ধু-বান্ধৱীক লগ পাব পাৰে।

 মকৰ ৰাশি : মকৰ ৰাশিৰ লোকসকলো সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱ লাভ কৰিব। এই সময়ছোৱাত চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে, আয় বৃদ্ধিৰ সম্ভাৱনা সৃষ্টি হৈছে। কৰ্ম সূত্ৰে পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হ’ব পাৰে। এইবাৰ সন্মান বৃদ্ধিৰ লগতে এই সময়ছোৱাত আবদ্ধ হৈ থকা ধন ঘূৰাই পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে