--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰৰ বৰফৰ দলিচাত ওমলিছে অভিনেত্ৰী তথা নৱবিবাহিতা মৌনী ৰয়ে৷ মধুচন্দ্ৰিকা মধুৰ সময় কটোৱাৰ উদ্দেশ্যে কাশ্মীৰৰ গুলমাৰ্গত দেখা গৈছে মৌনীক৷ কোনোসময়ত যদি হাঁড়কপোৱা জাৰৰ মাজত বৰফৰ সতে ওমলিছে, কোনো সময়ত আকৌ দেখা গৈছে ছুইমিং পুলত৷ উল্লেখ্য যে মৌনী আৰু তেওঁৰ স্বামী সুৰজ নামিবিয়াৰ সৈতে ২৭ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল৷ বিয়াৰ নীতি-নিয়মৰ পাছতে মধুচন্দ্ৰিকা উপভোগৰ বাবে নৱ-দম্পতীক গুলমাৰ্গৰ হনিমুন ৰিজ’ৰ্টত দেখা গৈছে৷ অত্যন্ত ব্যয়বহুল এই ৰিজ’ৰ্টখনৰ এদিনৰ মূল্যই ৩২ হাজাৰ টকা৷ মৌনীয়ে বৃহস্পতিবাৰে বিলাসী ৰিজৰ্টখনৰ শেহতীয়া আভাস ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছিল৷ মৌনীয়ে এটা ছুইমিং পুলৰ কাষত থকা ফটোবোৰৰ পাছফালে হিমালয়ৰ বৰফআবৃত পৰ্বতমালাৰ সৈতে যথেষ্ট সুন্দৰ দেখা গৈছিল৷ স্বামী সুৰজ নাম্বিয়াৰৰ সৈতে মধুচন্দ্ৰিকা থকা মৌনীয়ে হোটেলত পুলৰ কাষত বহি থকা ফটো শ্বেয়াৰ কৰিছিল আৰু শিৰোনাম দিছিল, ‘বেবী, বাহিৰত ঠাণ্ডা হৈছে...’ ৰেষ্টুৰেণ্টখনৰ বাবে নতুন বুকিং ১৫ এপ্ৰিলৰ পাছতহে খোলা হয় য’ত এপ্ৰিলত ৩২,৮০০ ৰ পৰা ২৪,৭০০ টকা আৰু তাৰ পিছত মে’ৰ পৰা ২২,৪০০টকা হ’ব এদিনৰ মূল্য৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ