--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে কন্যা মালতী মেৰী চোপ্ৰা জোনাছক জন্মৰ প্ৰায় এবছৰ ধৰি লোকচক্ষুৰ পৰা লুকুৱাই ৰাখিছিল। চেৰ’গেচিৰ জৰিয়তে নিক-প্ৰিয়ংকাৰ কন্যা সন্তান জন্ম হৈছিল। জন্মৰ ১০০ দিনৰ পিছত বিভিন্ন জটিলতাৰ সৈতে যুঁজি মালতী জয়ী হয়।

শেহতীয়াকৈ প্ৰিয়ংকাই কন্যাৰ সৈতে প্ৰথমবাৰৰ বাবে নিজৰ দেশলৈ আহিছিল। তেওঁ কন্যা আৰু স্বামীৰ সৈতে বিমানবন্দৰত ফটোগ্ৰাফাৰৰ বাবে পোজ দিছিল। সকলোৱে ক’বলৈ ধৰিলে যে ছোৱালীজনী ঠিক তাইৰ দেউতাকৰ দৰেই।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কন্যা মালতীৰ খাদ্যাভ্যাসৰ বিষয়ে আমোদজনক তথ্য আগবঢ়ায়। মাত্ৰ ১ বছৰ সম্পূৰ্ণ কৰা এগৰাকী মালতী ভাৰতীয় খাদ্যৰ অনুৰাগী। কণমানি মালতীৰ প্ৰিয় খাদ্য হ’ল পটল, পানীৰ আৰু বিৰিয়ানী। প্ৰিয়ংকাৰ ভাষাত "ছোৱালীজনী খোৱাৰ ক্ষেত্ৰত বিশুদ্ধ চোপ্ৰা, তাই সুস্বাদু খাদ্য বৰ ভাল পায়।"

এই মুহূৰ্তত প্ৰিয়ংকা ব্যস্ত ‘চিটাডেল’ৰ প্ৰচাৰত। এই ধাৰাবাহিকখন এপ্ৰিল মাহত মুক্তি পাব। কিন্তু ভাৰতলৈ ঘূৰি অহাৰ আচল কাৰণ কেৱল তেওঁৰ নিজৰ ধাৰাবাহিকখনৰ প্ৰচাৰেই নহয়। ইয়াৰ আঁৰৰ কাৰণ হিচাপে বহুতে অনুমান কৰিছে যে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধা ‘ৰোকা’ অনুষ্ঠান অৰ্থাৎ এংগেজমেণ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ