--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিটো ঋতুতে বীট বজাৰত পোৱা যায়। মানুহে ইয়াক চালাড, ভাজি, দাইলত দি খায়। বহুলোকে বীটৰ জুচ খায়। ইয়াত প্ৰচুৰ পৰিমাণে ফ’লেট আৰু মেংগানিজ থাকে, যিবোৰ আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয়। আনহাতে ফ’লেট আমাৰ মগজুৰ বাবে উপকাৰী। ইয়াৰ বাহিৰেও বীটত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী। যদি আপুনি এতিয়ালৈকে এই পাচলি সেৱন কৰা নাছিল, তেন্তে এই পাচলি আজি নিজেই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। 

বীট খালে আমাৰ স্বাস্থ্যৰ বাবে কি কি উপকাৰ পোৱা যায়?

১) মগজুক চোকা কৰি তোলেঃ বীটত নাইট্ৰেট থাকে যিয়ে বৃদ্ধি পোৱা ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, যদি আপুনি দৈনিক বীট সেৱন কৰে, তেন্তে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কম। আনহাতে বীট খালে মগজু সুস্থ হৈ থাকে আৰু চোকা হৈ পৰে।

২) তেজ বৃদ্ধি পায়ঃ বীটত আইৰণ আৰু খনিজ পদাৰ্থ পোৱা যায়, যিয়ে শৰীৰৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। আনহাতে দৈনিক বীট সেৱন কৰিলে হিম’গ্লবিনৰ অভাৱ নহয়। যাৰ বাবে আপোনাৰ অক্সিজেনৰ মাত্ৰা আৰু তেজৰ মাত্ৰা শৰীৰত ঠিকেই থাকে।

৩) কলেষ্টেৰলঃ দৈনিক বীটৰ ৰস খালে বেয়া কলেষ্টেৰল নাইকিয়া হয়, যাৰ বাবে ই ধমনীত জমা নহয় আৰু মেদবহুলতা, হৃদযন্ত্ৰৰ সমস্যাৰ পৰা আপুনি ৰক্ষা পৰে।

৪) মুখলৈ গ্লো আহেঃ বীট খালে ছালখন স্বাস্থ্যসন্মত হয়। নিয়মীয়াকৈ খালে আপোনাৰ মুখলৈ গ্লো আহিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক